সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ?

বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে…

ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ?

ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে?

https://youtu.be/IuWSu4XeOIM বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ? ‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত…

মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গোচৰ : লুকুৱাবলৈ বিয়পোৱা হ’ল নেকি ভুৱা বাতৰি ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত ফাদিল হোৱা কোভিড ফাইলছ এতিয়া ৰাজ্যৰ ৰাজনীতিত প্ৰধান ইছ্যু হৈ পৰিছে ৷ কভিডকালত পি পি ই কীটৰ ঠিকা লৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল দুৰ্নীতিত জড়িত হোৱাৰ অভিযোগ তুলি আজি ৰাজ্যজুৰি উত্তাল বিক্ষোভ কাৰ্যসূচী…

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷ অহা আগষ্ট মাহৰ পৰা…