সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেতিয়া সংশোধন হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ?

সংসদৰ ভিতৰত বাৰণ কৰা হ'ল বিশেষ কিছুমান শব্দ।কিন্তু সংসদৰ বাহিৰত নেতাৰ যি মন যায় তাকে ক'ব পাৰি নেকি?সংসদৰ বাহিৰত জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নালাগে নেকি? https://youtu.be/rJ5fo4OYO10

”মই অপৰাধী নহয়। এখন দেশৰ ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী।”

''মই অপৰাধী নহয়। এখন দেশৰ ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী।'' কিয় এনেকৈ ক'ব লগা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? https://youtu.be/E_BJTVOYI6Y

মেডিকেলৰ বিচনাতো লাগিল মোদী চৰকাৰৰ কৰ

মেডিকেলৰ বিচনাতো লাগিল মোদী চৰকাৰৰ কৰ৷ আজিৰে পৰা কৰ ভৰিব লাগিব আপুনি চিৰা,মুড়ি,দৈকে আদি কৰি বহুকেইবিধ খাদ্য সামগ্ৰীত৷ বাঢ়িব হোটেলৰ ভাড়াও৷ https://youtu.be/fODQDsW555g

আজিৰে পৰা কি কি সামগ্ৰী আৰু সেৱাত ঘটিল মূল্যবৃদ্ধি ?

কি কি সামগ্রীত প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছে GST- ●দৈ,লাচী,মাখন -৫% জি এছ টি ●পনীৰ -৫% জি এছ টি ●সকলো প্ৰকাৰৰ গুৰ -৫% জি এছ টি ●চেনী -৫% জি এছ টি ●মৌ -৫% জি এছ টি ●নাৰিকলৰ পানী -12% জি এছ টি ●আটা -৫% জি এছ টি কি কি দ্ৰব্য-সেৱাত…

দ্য ক্ৰছকাৰেন্ট’লৈ ‘গণকণ্ঠ’ৰ নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ ৰাজ্যিক বঁটা

নলবাৰী জিলাৰ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ ‘গণকণ্ঠ’ই ‘দ্য ক্ৰছকাৰেন্ট’লৈ আগবঢ়াইছে ‘নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা’ৰ ৰাজ্যিক বঁটা ৷ দেওবাৰে সন্ধিয়া বালিকুচিৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ‘দ্য ক্ৰছকাৰেন্ট’ক এই বঁটা প্ৰদান কৰা হয় ৷…

ভয়াৱহ বাছ দুর্ঘটনা,এতিয়ালৈ মৃত্যু ১৩ জনৰ

দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰ চৰকাৰৰ যাত্ৰীবাহী বাছ। দুঘটনাগ্ৰস্ত প্ৰায় ১৩ জন লোক নিহত হোৱাৰ লগতে অন্য ১৫জন লোকক এতিয়ালৈ উদ্ধাৰ কৰা হৈছে। মধ্য প্ৰদেশত নৰ্মদা নদীত পৰি যোৱা বাছখন ইণ্ডোৰৰ পৰা পুনে অভিমুখে যাত্ৰা কৰি আছিল। মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ…