অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।বুধবাৰে পুৱা নৱগ্ৰহৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লিপিবিদজনে।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।বুধবাৰে পুৱা নৱগ্ৰহৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লিপিবিদজনে।

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি পাৰ্টীৰ ৰাজ্যিক…

লালসিং ছাদ্দা নামৰ চলচ্চিত্ৰখন অহা ১১আগষ্টত মুক্তি দিয়াৰ কথা৷মুক্তিৰ আগতেই চলচ্চিত্ৰখনৰ বিৰুদ্ধে টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে ৷চলচ্চিত্ৰখনত আমিৰ খানে লাল সিং সাদ্দাৰ চৰিত্ৰত অভিনয় কৰিছে৷১৯৯৪ চনত নিৰ্মীত হলিউডৰ ছবি ‘ফৰেষ্ট গ্ৰাম্প’ৰ পুনৰ নিৰ্মাণ হৈছে এই চলচ্চিত্ৰখন৷ লালসিং শৈশৱ অৱস্থাতেই মানসিকভাৱে…

বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী চিকিৎসালয়ত কেইবাজনো অসুস্থ লোক ভর্তি হোৱাৰ…

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷ সংসদৰ মজিয়াত…

আৰক্ষীৰ এটা অভিযানে সংকট নমাই আনিছে মেঘালয় চৰকাৰলৈ৷আৰক্ষীৰ অভিযানে অস্থিৰতাৰ সৃষ্টি কৰিছে মেঘালয়ৰ বিজেপি-এনপিপি মিত্ৰজোটৰ চৰকাৰত৷ শনিবাৰে মেঘালয় বিজেপিৰ উপসভাপতি বার্নাড আৰ মাৰাকৰ এখন ফার্ম হাউচত অভিযান চলাইছিল আৰক্ষীয়ে৷বিগত ফেব্ৰুৱাৰী মাহত এগৰাকী ছোৱালী ফার্ম হাউচখনত যৌন নির্যাতনৰ এটা অভিযোগ উত্থাপন…
চাৰিটা বছৰত তিনি আত্মীয়ক হেৰুৱাইছিল তেওঁ৷ প্ৰথমে ডাঙৰ পুত্ৰক, তাৰপাছত এটা পথ দুর্ঘটনাত সৰু পুত্ৰক আৰু শেষত স্বামীক৷ তাৰপাছতো শেষ হৈ যোৱা নাছিল সকলো৷ এক কন্টকময় আৰু ট্ৰেজিক ইতিহাস পাৰ কৰি আহি তেওঁ আজি দেশৰ ৰাষ্ট্ৰপতি৷ আজি ৰাষ্ট্ৰপতি হিচাপে শপত…

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত।নিশা প্ৰায় ৭ ঘণ্টা জেৰাৰ অন্তত…

কাৰাগাৰত কাৰ নিৰীক্ষণত দ্বিতীয় কাকতৰ পৰীক্ষাত বহিল বৰ্ষাশ্ৰী?

মই ক্ষমা বিচাৰিছো।’ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিয় ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে?