সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। –

*ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা
* গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত থাকিব পাৰিব
*জিলা পৰ্যায়ত ৫০০ জন লোক উপস্থিত থাকিব পাৰিব
*আনসমূহ ঠাইত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব
*সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান বাতিলৰ নিৰ্দেশ
*পেৰেডত ভাগ ল’ব নোৱাৰিব শিশুৱে
*অনুষ্ঠানত নিৰাপত্তাৰক্ষীৰ থাকিব পেৰেড
*দুপালি ভেকছিন লোৱা নিৰাপত্তাৰক্ষীহে কৰিব পাৰিব পেৰেড
*ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

- Donation -

Leave A Reply

Your email address will not be published.