সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?

◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ

◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

- Donation -

◆ উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত এইটোৱেই হ’ব কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰথম জম্মু-কাশ্মীৰ ভ্ৰমণ

Leave A Reply

Your email address will not be published.