বর্ষাশ্ৰীৰ কবিতাত নাছিল আলফাৰ নাম!

বর্ষাশ্ৰীৰ কবিতাত নাছিল আলফাৰ নাম! কিয় কৰা হৈছিল গ্ৰেপ্তাৰ? কি আছিল এজাহাৰত? কি ক’লে বর্ষাশ্ৰীৰ আইনী পৰামর্শদাতাই?

বর্ষাশ্ৰীৰ কবিতাত নাছিল আলফাৰ নাম! কিয় কৰা হৈছিল গ্ৰেপ্তাৰ? কি আছিল এজাহাৰত? কি ক’লে বর্ষাশ্ৰীৰ আইনী পৰামর্শদাতাই?

১৮ বছৰ বয়সতেই কি বেহুত বন্দী হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই! সম্ভৱনে শীঘ্রেই কাৰামুক্তি?

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ ধৰি কাৰাবন্দীও কৰি ৰখা নাই ৷…

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ’বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ’বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা–‘ৰজাৰ দ’ল…

শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ প্ৰতিবাদ কৰাতো অপৰাধ নহয় । তাৰ মানে…

প্লাষ্টিকৰ পাছত এইবাৰ দেশত প্ৰচলন বন্ধ হ’ব পেট্ৰ’লৰ ৷ কোনো সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ নহয় এয়া ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ মুখেৰে এই কথা ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি…

অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে SDRF আৰু NDRFএ৷ শুকুৰবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল…

চলিত ২০২২ বৰ্ষৰ মে’ আৰু জুন মাহৰ ভিতৰতে দুবাৰকৈ প্ৰলয়ংকাৰী বানৰ কবলত আক্ৰান্ত হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। নেৰানেপেৰা প্ৰৱল বৰষুণ আৰু একে সময়তে ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলত নিৰ্মিত জলবোমা সদৃশ বৃহৎ নদীবান্ধবোৰৰ পানী এৰাৰ ফলত ৰাজ্যত এইবাৰ…

চি বি আইৰ জালত পৰিছে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক বি এছ ঝাৰ লগতে টাটা প্ৰজেক্টছৰ ৫ গৰাকী বিষয়া ৷ উৎকোচৰ বিনিময়ত টাটা প্ৰজেক্টছক কামৰ আৱন্টন দিয়া এক গোচৰ সংক্ৰান্তত পাৱাৰ গ্ৰীডৰ লগতে টাটাৰ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা হয়…

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷ ‘ব্লুমবাৰ্গ’ৰ সুদীৰ্ঘ প্ৰতিবেদনত উল্লেখ কৰা…