শ্ৰেণী ৰাজ্য

আস্থা ভোটত বিজয়ী হৈ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

একনাথ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী।আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে একনাথ সিন্দে৷ সিন্দে পক্ষই লাভ কৰে সর্বমুঠ ১৬৪ টা ভোট ৷বিপৰীতে বিৰোধিয়ে লাভ কৰে ৯৯ টা ভোট।  সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাকো ধন্যবাদ…

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?আমি আজি জনাম ক’ত কিমান টকাৰে বেচা কিনা কৰা হ’ল ভাৰতীয় গনতন্ত্ৰক। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube:…

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷ বান প্ৰতিৰোধ নহয়,কংগ্ৰেছক প্ৰতিৰোধৰ বাবেহে অসমলৈ কিয় বিজেপিৰ ৰথী মহাৰথী? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: …

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷

পেকেজ নালাগে,ধাৰহে লাগে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰক৷ বানৰ কালত কেন্দ্ৰৰ পৰা পেকেজ নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীজনৰ চৰকাৰে ৫ জুলাইত ল’ব এক হাজাৰ কোটি টকাৰ ঋণ৷ বিগত মাহতো দুই হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে৷ ধাৰৰ ওপৰত নির্ভৰ কৰিয়েই চলিছে…

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কার্যনির্বাহকত কি কি সিদ্ধান্ত লোৱা হ’ল?

আজি গুৱাহাটীৰ চিৰিয়াখানাত অনুষ্ঠিত হয় চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কাৰ্যনিৰ্বাহক বৈঠক৷বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিগত ৩১/০৫/২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা নাগৰিক সভাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছিল। বিগত ৪ বছৰে চিৰিয়াখানাত সংঘটিত বিভিন্ন দুষ্কাৰ্যৰ…

উদয়পুৰৰ কানহায়ালাল হত্যাৰ মূল অভিযুক্তৰ সু-সম্পর্ক বিজেপি নেতাৰ লগত!

উদয়পুৰৰ কানহায়ালাল হত্যাৰ মূল অভিযুক্তৰ সু-সম্পর্ক বিজেপি নেতাৰ লগত! কংগ্ৰেছৰ অভিযোগ, বিজেপিৰ সক্ৰিয় কর্মী আছিল অভিযুক্ত ৰিয়াজ অত্তাৰি৷ চাওক অভিযুক্তৰে কি সম্পর্ক বিজেপি নেতাৰ- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – …

চেন্নাইত শেষ নিশ্বাস ত্যাগ অভিনেতা কিশোৰ দাসৰ

  অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ৷পৰবর্তী সময় আৰু অধিক উন্নত…

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ৷ কিন্তু হিমন্ত বিশ্ব শর্মা সন্দর্ভত কি কি অভিযোগ উত্থাপন কৰিছিল মনিষ চিচোডিয়াই? মনিষ চিচোডিয়াৰ বিৰুদ্ধে কি কি অভিযোগ আনিছে হিমন্ত বিশ্ব শর্মাই? কি হ’ব আদালতত?  

কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?

কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক শ্ৰদ্ধা জনাই আজি দেশবাসীয়ে পালন…