শ্ৰেণী ৰাজ্য

বিজেপিৰ ‘সুদিন’ত চিকিৎসা নাপায় মৃত্যু শ্ৰমিকৰ

ডিব্ৰুগড়ৰ মাইজান চাহবাগিছাত চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু ।যোৱা ২৩ অক্টোবৰত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল সন্তোষ বেদিয়া নামৰ এগৰাকী শ্ৰমিকৰ ।চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। মৃত শ্ৰমিকজনৰ পৰিয়ালক উচিত…

কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগমৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ স্মাৰকপত্র প্ৰদান।ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাতো তৃণমূল কংগ্ৰেছে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগম এলেকাত বৃদ্ধি কৰা কৰ-কাটল প্ৰত্যাহাৰ কৰা ইত্যাদিৰ দাবীত বিশ্বনাথ জিলা…

উকা কেনভাচক ৰং-তুলিকাৰে সজাবলৈ কেতিয়াও নাহে আৰু নীলপৱন বৰুৱা

ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বৰেণ্য চিত্ৰশিল্পী গৰাকীয়ে। যোৱা ২১ ছেপ্টেম্বৰত হঠাতে বেলতলাৰ সৌৰভ নগৰৰ নিজা বাসগৃহত অসুস্থ হৈ পৰে চিত্ৰশিল্পী গৰাকী। মাজ নিশা তেওঁক ভৰ্তি…

RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ সবিশেষ তথ্য আহি পৰিছে The Crosscurrent ৰ হাতত ৷ The…

গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন

এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড় ৰোডৰ, ৬ নম্বৰ বাইলেনৰ, ১ নং ঘৰত আটকধুনীয়াকৈ…

চকুলোৰে বাট নেদেখা অৱস্থা বৰপানীত

বছৰৰ তৃতীয়টো বানত ডুবিছে নগাঁৱৰ ৰহাৰ বিস্তীৰ্ণ অঞ্চল। ফলত পুনৰ নিঃশেষ হ’ল কৃষকৰ সপোন। কাতি মাহৰ পকা ধানৰ লগতে গেৰ ধৰা ধানত বৰপানীৰ বাঢ়নি পানী সোমাই বিস্তীৰ্ণ কৃষি ভূমি নষ্ট ।ভূমি তলযোৱাত মূৰে-কপালে হাত দিছে কৃষকে। যোৱা কিছুদিন ধৰি নেৰানেপেৰা…

উভতি নহাৰ বাটেৰে গ’লগৈ নিপন গোস্বামী

যশস্বী অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । বিগত ২৬ অক্টোবৰত অসুস্থতাৰ বাবে নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক । তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ আছিল প্ৰয়াত…

বাতৰি বন্ধ,তালফাল ডিব্ৰুগড়

ডিব্ৰুগড় আকাশবাণী অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল ডিব্ৰুগড়।ডিব্ৰুগড় আকাশবাণীৰ অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল হৈ পৰিছে ডিব্ৰুগড় চহৰ । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা…

সাহিত্য সভাৰ সভাপতিৰ দৌৰ আৰম্ভ !

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে য়েছে দৰজে ঠংছিয়ে । বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি হ’ব পাৰে নেকি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ? ই বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ…