শ্ৰেণী ৰাজ্য

বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈ…

২৮ বছৰীয়া এটা ‘ভূত বাংলা’

অগপ,কংগ্ৰেছ আনকি বিজেপিৰ দিনতো সম্পূৰ্ণ হৈ নুঠা এখন চিকিৎসালয়ৰ কাহিনী ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা একেলেথাৰিয়ে ১৫ বছৰ আছিল স্বাস্থ্য মন্ত্ৰী, তথাপিও তেওঁৰো চকুত নপৰিল শিৱসাগৰৰ এই চিকিৎসালয়খনলৈ ৷ এবছৰ দুবছৰ নহয়, ২৮ বছৰে সম্পূৰ্ণ নোহোৱা এখন চিকিৎসালয়।…

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন । পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত…

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন 

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন । বৃহৎ বৃহৎ আকাৰৰ ভংগুৰ খহি হৈছে ভয়ংকৰ শব্দ মেঘৰ গাজনিৰ দৰেই ভয়ংকৰ শব্দত কঁপিছে আকাশ-বতাহ৷ জানিব পৰা মতে লেফ্ট বেংকৰ পাহাৰ ফোপোলা হৈ পৰিছে ফলত এই…

দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা কোকৰাঝাৰত ভয়ংকৰ ঘটনা

দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা কোকৰাঝাৰত ভয়ংকৰ ঘটনা দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া অট্টালিকা জ্বলাই দিয়াৰ অভিযোগ জুইত জাহ প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু প্ৰায় ৪০ লিটাৰৰ ডিজেল চুৰি…

দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ

‘Current Trend Assam’ নামৰ এটা সংবাদপোৰ্টেলে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন। গতিকে…

সাৱধান !আপোনাৰ শিশুও হ’ব পাৰে টাৰ্গেট !

শিশুক ফুচুলাই ঘটি আছে ধন শিশুক পৰ্ণগ্ৰাফীত জড়িত কৰাই গ্ৰেপ্তাৰ ৫০ জন ‘অপাৰেচন মেঘচক্ৰ’ আৰম্ভ কৰিছে চিবিআয়ে৷দেশৰ মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৯ টা স্থানত সংস্থাটোৰ দ্বাৰা এই অপাৰেচন চলিছে৷অসমৰ গুৱাহাটী আৰু ধেমাজিৰ মুঠ ৬ টা স্থানত…

ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল মজলীয়া বিদ্যালয় আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নেপালী…

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন ব্যক্তিক খুন্দা তীব্ৰবেগী বাহন হাইড্ৰাৰ ।

শোকাৱহ !! ৰাস্তাৰ দাতিত এখন দোকানৰ সন্মূখত থিয় হৈ আছিল এজন ব্যক্তি।তীব্ৰবেগী এখন হাইড্ৰা বাহনে মহতিয়াই নি গুৰুতৰভাৱে কৰিলে আহত।চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যুক সাৱটিলে ব্যক্তিজনে।নলবাৰীৰ ঘগ্ৰাপাৰ-দামোদৰধাম পথৰ দতৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।ব্যক্তিজনৰ নাম বাপন কলিতা।ঘৰ ধনৰাত।বাপন কলিতা…

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য” জুবিন গাৰ্গৰ প্ৰচেষ্টাত মুক্তিলাভ কৰিব এক্সনধৰ্মী ছবিখন গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ৭ জানুৱাৰীত সমগ্ৰ অসমত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ “একলব্য” পুনৰ চিত্ৰগৃহলৈ আহিব। অহা ৭ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি দিয়া হ’ব এক্সনধৰ্মী ছবিখন। ক’ভিডৰ…