৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

Share This Article

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন । পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে জাৰি কৰিছে নিৰ্বাচনী অধিসূচনা । সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ । ৮নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ৯ নৱেম্বৰত হ’ব পুনৰ ভোটগ্ৰহণ । ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২২টা সমষ্টি হ’ল—- শদিয়া-এছ টি,
কুণ্ডিল-এছ টি,
মাৰ্ঘেৰিটা-এছ টি,
ডিব্ৰুগড়-জেনেৰেল,
টেঙাপানী-এছ টি,
কটিয়ৰী-এছ টি,
ৰাজাবাৰী-এছ টি,
যোৰহাট-এছ টি,
মাজুলী-এছ টি,
চিচিবৰগাঁও-এছ টি,
শ্ৰীপানি-এছ টি(মহিলাৰ বাবে সংৰক্ষিত),
কিনাপথাৰ-এছ টি,
বঙালমৰা-এছ টি,
গাভৰু টুনিজান-এছ টি,
গহপুৰ-এছ টি
জোনাই-এছ টি,
বৰদলনী-এছ টি,
গোগামুখ-এছ টি,
বৰদেউৰী-এছ টি,
বাঁহগৰাল-এছ টি(মহিলাৰ বাবে সংৰক্ষিত),
কাছিকটা-এছ টি আৰু
পিছলা-এছ টি(মহিলাৰ বাবে সংৰক্ষিত)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.