Browsing Category
ৰাজ্য
ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷
কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস
অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ…
গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত
গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত হৈছে৷
ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷
আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই
Alert ~ 2 persons are tested #COVID19 + in Guwahati. One originally hails…
মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি
মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি বিয়পোৱাৰ এক খবৰ পোহৰলৈ আহিছে৷ ক'ভিড-১৯ সম্পর্কীয় সকলো আপডেট টুইটাৰত টুইট কৰি জনাই আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এক টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হয় চচিয়েল মিডিয়াত৷ টুইটটোত…
বিলাসীপাৰা- ঠেলাত উঠাই গৰ্ভৱতী মহিলাক নিব লগা হ’ল চিকিৎসালয়লৈ
লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ'ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী…
গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু
গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…
ঘৰমুৱা জুবিন…
ঘৰৰ নিচিনা ঠাই আন ক’তো নাই৷ মই ওভতাৰ পথত… মুম্বাইৰ পৰা ঘৰলৈ উভতিছে জুবিন গাৰ্গ৷ অসুস্থতাৰ পিছত জিৰনিৰ বাবে মুম্বাইলৈ যোৱা জনপ্ৰিয় গায়কজন লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰত৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল হোৱাত তেওঁ এখন বাছযোগে ৰাওনা হৈছে…
যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা
ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত।
মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত।
ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ।
ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…
অসম চৰকাৰলৈ বিদেশৰ পৰা ২ হাজাৰ ই-মেইল
অসম চাৰকাৰলৈ ২ সহস্ৰাধিক বিদেশত আৱদ্ধ হৈ থকা লোকে ই- মেইল প্ৰেৰণ কৰি ৰাজ্যখনলৈ ঘূৰি অহাৰ ইচ্ছা ব্যক্ত কৰিছে৷আজি ৰাজ্য চৰাকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক টুইটযোগে এই কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ২ হাজাৰতকৈও অধিক লোকৰ পৰা চৰকাৰে…
ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা
অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন'ভেল ক'ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক'ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ…
নগৰবেৰাৰ জলজলী নদীৰ ওপৰত ১কোটি টকাৰ দলং৷ কিন্তু কিয় প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শর্মাৰ…
ৰাইজে নখ জোকাৰিলে নৈ বয়...
জনসাধাৰণৰ প্ৰতি চৰকাৰৰ কৰ্তব্য ক'ত আৰম্ভ হৈ ক'ত শেষ হয়, ইয়াৰ সঠিক উত্তৰ লাভ কৰাটো কঠিন। সময়ে সময়ে প্ৰায়েই বহু লোক উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হয়। কিন্তু ৰাইজৰ মনোবল জানো নিঃশেষ কৰিব পাৰিব চৰকাৰে!
বাস্তৱত এয়াই…