Investigative reporting with dedication.
আজিৰ দিনটোতেই শ্বহীদ হৈছিল অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাঃ কিন্তু কেনেকৈ?

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ মৃত্যুতিথি। ১৯৪২ চনৰ আজিৰ দিনটোতেই ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল কনকলতাই। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ…










