শ্ৰেণী ৰাজ্য

অৱশেষত গ্ৰেপ্তাৰ হ’ল উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টিকাৰী ফটোগ্ৰাফাৰ বিজয় বনিয়া

অৱশেষত গ্ৰেপ্তাৰ হল দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টি কৰা ফটোগ্ৰাফাৰ বিজয় বনিয়া । বৰ্তমান CID ৰ জিম্মাত আছে বিজয় বনিয়া । গুলিবিদ্ধ এজন ব্যক্তিৰ ওপৰত বিজই বনিয়াই চলাইছিল অমানুষিক আক্ৰমণ । আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছিল…

Just in-ছিপাঝাৰৰ গৰুখুটিত গুলীচালনাঃ আৰক্ষী সহ আহত ৯-নিহত ২

ছিপাঝাৰত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। কিন্তু আজি স্থানীয় জনতাই প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হ’ল আৰক্ষী। আমাৰ হাতত আহি পৰা প্ৰাৰম্ভিক খবৰ অনুসৰি স্থানীয় জনতা…

ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেলঃ এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ

এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ নেতৃত্ব। ইয়াকে লৈ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছে। ১৫খন জিলাৰ ২১২ জনকৈ কংগ্ৰেছ কৰ্ম-কৰ্তাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। আনকি এই তালিকাত অন্তৰ্ভুক্ত…

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ৰঞ্জিত দাসৰ নৃত্য

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ব্যতিক্ৰমী ৰূপত দেখা গল যোগান মন্ত্ৰী ৰঞ্জিত দাসক।কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি থিয়নামত আত্মহাৰা মন্ত্ৰী জন। উল্লেখযোগ্য যে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক…

১ অক্টোবৰৰ পৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান

⚫ ৰাজ্যত ১ অক্টোবৰৰ পৰা আৰম্ভ হব নৱম শ্ৰেণীৰ নিয়মীয়া পাঠদান । ⚫ কিছুদিন পাছতেই আৰম্ভ হ’ব একাদশ শ্ৰেণীৰ পাঠদানো। ⚫ শিক্ষা বিভাগৰ এই জাননীক লৈ এতিয়া ব্যাপক উচ্চাহ ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ মাজত

আত্মসমৰ্পণ কৰা চোৰাং চিকাৰীক ৫০ হাজাৰকৈ টকা প্ৰদান

কোকৰাঝাৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে চোৰাং চিকাৰীৰ এটা বৃহৎ দলে। হস্তনিৰ্মিত অস্ত্ৰসহ হাতীৰ দাঁত আৰু কেইবাটাও হৰিণৰ শিং সমৰ্পণ কৰে চোৰাং চিকাৰী কেইটাই। উল্লেখ্য যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰা চিকাৰীসকলে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য…

উচ্ছেদিত লোক সকল যদি বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়কঃ ৰকিবুল হুছেইন

ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ বেদখলৰ বিৰুদ্ধে তীব্ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে শাসনাধীষ্ঠ বিজেপি চৰকাৰে। ৰাইজক চমক দিয়াৰ কাৰণেই হওক বা বেদখল মুক্ত কৰাৰ বাবেই হওক, বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ এতিয়া সষ্টম। কিন্তু ইয়াৰ মাজতে ছিপাঝাৰৰ উচ্ছেদ অভিযানক লৈ সৰৱ হৈ পৰিছে…

এনকাউন্টাৰত নিহতৰ পৰিয়াললৈ চৰকাৰী চাকৰি

⚫ কোকৰাঝাৰত আৰক্ষীৰ এনকাউন্টাৰক লৈ সৰৱ হৈ পৰিছিল দল সংগঠন তথা সাধাৰণ লোক। ⚫ বহু লোকে আৰক্ষীৰ এয়া ভুৱা এনকাউন্টাৰ বুলি আখ্যা দিছিল। ⚫ এনকাউন্টাৰত নিহতৰ পৰিয়াললৈ চৰকাৰী চাকৰি অসম চৰকাৰৰ। ⚫ কোকৰাঝাৰত নিহত দুই যুৱকৰ পৰিয়াললৈ চাকৰি। ⚫ বি…

ৰাজ্যত বন্ধ হব ২০০০ খন বিদ্যালয়

বিদ্যালয় একত্ৰিতকৰণৰ বাবেই ৰাজ্যত বন্ধ হোৱাৰ দিশে ২০০০ খন বিদ্যালয়। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব দুই হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পূৰ্বেই এই সন্দৰ্ভত গঠিত কৰা হব আয়োগ…

সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত গামোচা পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে:‌ ভূপেন বৰা

ৰাজ্যত অব্যাহত থকা দালাল উচ্ছেদ প্ৰক্ৰিয়া তথা গ্ৰেপ্তাৰ প্ৰসংগত সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ডাঙৰ দালালবোৰ একাংশই মুখ্যমন্ত্ৰীৰ বাল্যবন্ধু। সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত ফুলাম গামোচা পিন্ধাইছে বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। লগতে তেওঁ কয়…