শ্ৰেণী ৰাজ্য

Just in- অপৰাধী পলাই থাকিলে এনকাউন্টাৰ হৈয়েই থাকিব: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অপৰাধিয়ে আৰক্ষীৰ কবলৰ পৰা পলাই থাকিলে আৰক্ষীয়ে গুলিয়াই থাকিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধিয়ে কিয় পলায়ন কৰে অপৰাধিক সোধক আৰু নাৰীৰ উপৰত অত্যাচাৰ কৰিলে কঠোৰ হব আৰক্ষী। অপৰাধিক…

Just in- বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটী মহানগৰীৰ নাৰেংগীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গল স্কুটিৰে আহি থকা এজন ব্যক্তিৰ। নিহত যুবকজন নাৰেংগীৰ কেন্দুগুৰিৰ প্ৰমোদ তিমুং বুলি জানিব পৰা গৈছে। পিতৃক কাৰ্যালয়ত থৈ নাৰেংগী অভিমুখে আহি থকা অৱস্থাতেই সংঘটিত হয়…

আজি বিশ্বকৰ্মা পূজা নহয় কৰম পূজাৰ বাবে বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰেঃ কিন্তু কি এই কৰম পূজা?

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীয় লোক সকলৰ এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই…

অসমত মোডীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজনঃ ৮ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য

সৰ্বমুঠ ৮ লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন কৰিব অসম চৰকাৰে। ৰাজ্যৰ ৪০০০ টিকাকৰণ কেন্দ্ৰত দিয়া হব ভেকচিন। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী গৰাকীক। প্ৰধানমন্ত্ৰীৰ জন্মদিনত সেৱা সমৰ্পণ কাৰ্যসূচী পালন…

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ নিমাতী ঘাটৰ পৰা কমলাবাৰী…

নিশাৰ মহানগৰীত এনকাউন্টাৰ

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। আৰক্ষীৰ গুলীত গুলীবৃদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া জামাল আলি। তদন্তৰ বাবে জামালক লৈ গৈছিল ঘটনা স্থলীলৈ আৰু মাজতে পলায়নৰ চেষ্টা কৰোঁতেই ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে বেলতলা আৰক্ষীয়ে। সম্প্ৰতি গুৱাহটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন দুধৰ্ষ জামাল।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ

চাপৰত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। কিন্ত বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী,…

Just in-কাইলৈ চৰকাৰী বন্ধ ঘোষণা

ৰাজ্যিক কেবিনেটতৰ বিশেষ সিদ্ধান্ত।অহা কাইলৈ ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধ। কৰম পূজাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ কয়…

বিধানসভা উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰঃ অখিল গগৈ

ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দুজনকৈ কংগ্ৰেছী বিধায়ক আৰু এগৰাকী AIUDF দলৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তদুপৰি দুগৰাকীকৈ বিধায়কৰ আকস্মিক মৃত্যু আৰু সৰ্বানন্দ সোনোৱালৰ দিল্লী গমনে ৰাজ্যৰ ৬টাকৈ সমষ্টিত পুনৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। প্ৰতিটো…