শ্ৰেণী ৰাজ্য

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে সংস্থাপিত কৰা…

নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ?

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ’ পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ’ পিৰ নিদের্শনা সমূহ- 1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ। 2.প্ৰত্যেক জিলা…

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দল। এই অভিযোগৰ তদন্ত কৰিব CM ভিজিলেন্সৰ দলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক…

অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্বি ছাত্ৰ সন্থাৰ

অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি ভূমিৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ…

জঘন্য নাৰী নিৰ্যাতন কাণ্ডৰ ৪৮ ঘণ্টাৰ পাছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক?

ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী! জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ষ্টেটবেংক কাণ্ডৰ অভিযুক্তক। ৰাজ্যৰ বিশেষ আৰক্ষী অধীক্ষক জি পি সিঙৰ নিৰ্দেশৰ পিছতো ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অভিযুক্তক। নাৰী নিৰ্যাতন কাণ্ডৰ ভিডিঅ ছছিয়েল…

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দুই বিষয়াক তলব

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক তলব কৰিছে বিধানসভা আইন ৰূপায়ন সমিতিয়ে। নিমাতিঘাটৰ শোকাৱহ নাওঁ দুৰ্ঘটনাৰ কাৰণ দৰ্শাব লাগিব বিষয়াকেইজনে। বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গঠন হোৱা বিশেষ সমিতিয়ে তলব কৰিছে বিষয়াকেইজনক। ঘটনা সম্পৰ্কে তথ্য দাঙি ধৰিব লাগিব বিষয়া…

CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাটঃ হিমন্ত বিশ্ব শৰ্মা

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত মাজুলীৰ জল যাতায়তৰ বাবে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। আজি পৰিস্থিতি পুনৰ নিৰীক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CCTVৰে গুৱাহাটীৰ পৰাই মাজুলীৰ ঘাট নিৰীক্ষণ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ…

সুখবৰঃ অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ

ক’ভিড সৃষ্ট পৰিস্থিতি আৰু তলাবন্ধই জনসাধাৰণক মাধমাৰ সোধাই থকাৰ মাজতে অসমবাসীৰ বাবে আহিছে এটা সুখবৰ। অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৪৯৩ জন ব্যক্তি। ইয়াৰ পূৰ্বে সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত হৈছিল ৫৬৪ জন ব্যক্তি।…

ডিব্ৰুগড ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন

সভ্য সমাজক লজ্জানত কৰি এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড ষ্টেট বেংকত শাৰী পাতি ৰৈ থকা অৱস্থাতেই যৌন নিৰ্যাতন বলি হয় এগৰাকী মহিলা। ঘটনাক লৈ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। লম্পট ব্যক্তি জনক গ্ৰেপ্তাৰৰ দাবী কৰে…

আজিৰে পৰা উৎকত গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়েঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

উৎকত গৰমে দহিচে ৰাজ্য। যোৱা এসপ্তাহ ধৰি প্ৰখৰ ৰদে জ্বলা কলা খুৱাইছে ৰজ্যবাসীক। কিন্তু আজিৰে পৰা গৰমৰ পৰা কিছু সকাহ পাব অসমকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ জনসাধাৰণে। অসমত আজি বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে…