ডিব্ৰুগড ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন

Share This Article

সভ্য সমাজক লজ্জানত কৰি এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড ষ্টেট বেংকত শাৰী পাতি ৰৈ থকা অৱস্থাতেই যৌন নিৰ্যাতন বলি হয় এগৰাকী মহিলা। ঘটনাক লৈ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। লম্পট ব্যক্তি জনক গ্ৰেপ্তাৰৰ দাবী কৰে ৰাজ্যৰ মহিলা সংগঠনসমূহে। অনাগত দিনত দোষী ৰ উপৰত কি ব্যৱস্থা লয় সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.