Investigative reporting with dedication.

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক তলব কৰিছে বিধানসভা আইন ৰূপায়ন সমিতিয়ে। নিমাতিঘাটৰ শোকাৱহ নাওঁ দুৰ্ঘটনাৰ কাৰণ দৰ্শাব লাগিব বিষয়াকেইজনে। বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গঠন হোৱা বিশেষ সমিতিয়ে তলব কৰিছে বিষয়াকেইজনক। ঘটনা সম্পৰ্কে তথ্য দাঙি ধৰিব লাগিব বিষয়া দুজনে।




