শ্ৰেণী ৰাজ্য

Just in- সু:খবৰ! ৰাজ্যত ১ অক্টোবৰৰ পৰা আনলক

ৰাজ্যবাসীৰ বাবে সু: খবৰ। পহিলা অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হব আনলক প্ৰক্ৰিয়া। সকলো ক্ষেত্ৰতে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ক্ষেত্ৰতে বাধ্য বাধকতা নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ সকলো লোককে ভেকচিন…

Just in- গঁড়ৰ খৰ্গ দহনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ‘গঁড়ৰ খৰ্গত কোনো ঔষধী গুণ নাই’

আজি বিশ্ব গঁড় দিৱসৰ দিনাই বোকাখাতত দহণ কৰা হল কেইবাটাও গঁড়ৰ খৰ্গ। উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকি মুখ্য মন্ত্ৰী গৰাকীৰ মন্তব্য ‘গঁড়ৰ খৰ্গত ঔষধী গুণ আছে বুলি ভাৱি হত্যা নকৰিব।গঁড় এটা আপুৰুগীয়া সম্পদ আৰু গঁড়…

প্ৰথমে এনকাউন্টাৰ তাৰ পাছত সাহায্য

ভুৱা এনকাউন্টাৰক লৈ উত্তাল হৈ পৰিছিল বড়োভূমি। উল্লেখযোগ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এনকাউন্টাৰ কৰি হত্যা কৰিছিল দুজন যুৱকক আৰু এতিয়া এই ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনকাউন্টাৰত নিহত হৈছিল জংচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম।জংচাৰ আৰু…

Just in- নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰীৰ সম্পূৰ্ণ সময়সূচী :-

আভ্যন্তৰীণ জল পৰিবহন বিভাগে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰী সমূহৰ সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। জনসাধৰণৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰি দিছে এই বিশেষ সময়সূচী। প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত ৪ বাৰকৈ চলিব ফেৰী। পুৱা ৮:৩০ বজাত, ১০:৩০ বজাত,…

অতি সোনকালে পুনৰ ৭০০ জন দালাল গ্ৰেপ্তাৰ কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে আলফা কিম্বা চৰকাৰী কাৰ্যালয়ৰ দালাল সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আলফা…

এজাক বৰষুণতে মোডীৰ স্মাৰ্ট চিটিত হাহাকাৰ

আজি এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী। ৰাতিপুৱাৰ মূষলধাৰ বৰষুণ জাকে বুৰাই পেলালে মহানগৰখনৰ বহুকেইটা ৰাজপথ। বহু উপ-পথত পানীয়ে সৃষ্টি কৰিছে ছুইমিং পুল সদৃশ পৰিস্থিতি। মাত্ৰ এজাক বৰষুণতে পণবন্দী হ’ল মোডীৰ স্মাট চিটিৰ জনতা। বিজেপি চৰকাৰে ৰাজ্যত প্ৰায় ৬টাকৈ বছৰ সম্পূৰ্ণ…

আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা। সৰ্বানন্দ সোনোৱালৰ নতুন যাত্ৰাক লৈ উৎসাহী…

জ্বলাই দিয়াৰ সলনি খৰ্গসমূহ মিউজিয়ামত সংৰক্ষণ কৰিব পাৰিলেহেঁতেনঃ অখিল গগৈ

চোৰাং চিকাৰীয়ে হত্যা কৰা গড়ৰ বহু খৰ্গ জ্বলাই দিয়াৰ যো-জা কৰিছে অসম চৰকাৰে। গঁড়ৰ খৰ্গ দহনৰ বাবে আয়োজন কৰা হৈছে আড়ম্বৰ পূৰ্ণ অনুষ্ঠান। কিন্তু ৰাজ্য চৰকাৰৰ এই কথা সমৰ্থন কৰিব পৰা নাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

যদি কোনো আঞ্চলিক দলে বিজেপিক দুৰ্বল কৰিব বিচাৰে তেন্তে কংগ্ৰেছক সহায় কৰকঃ গৌৰৱ গগৈ

সমাগত বিধানসভা উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি আৰু কংগ্ৰেছকে আদি কৰি ৰাজ্যৰ আটাইবোৰ সক্ৰিয় আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ইয়াৰ মাজতে আজি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে…

চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰঃ অক্টোবৰত খুলিব চিনেমা হল

ক’ভিড সৃষ্ট ভয়ানক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র হল সমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চর্চা কৰিব৷ বর্তমান…