শ্ৰেণী ৰাজ্য

ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচনঃ ২ নৱেম্বৰত ভোট গণনা

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। অহা ৩০ অক্টোবৰত ৰাজ্যৰ তামুলপুৰ, গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইয়াৰ পিছতে ২ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰিছে দেশৰ নিৰ্বাচন আয়োগে। ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে…

ৰাজ্যসভাৰ সাংসদ হিচাপে ঘোষণা হ’ল সৰ্বানন্দ সোনোৱালৰ নাম

আজি অনানুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। আজি আছিল ৰাজ্যসভাৰ মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন। যিহেতু অসমত খালী হৈ থকা ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে সোণোৱালৰ কোনো প্ৰতিদ্বন্দ্বী নাই সেয়েহে আজি ৰাজ্যসভাৰ…

২২৫ ঘন্টাত ১৫০ বাৰ ভাষণ দিব প্ৰবক্তা তথা চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাইঃ কিন্তু কিয়?

শ্রীমদ্ভাগৱত গীতাৰ ওপৰত এলানি বত্তৃণতাৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ শ্রীঅৰবিন্দৰ চিন্তাধাৰাৰ আধাৰত শ্রীমদ্ভাগৱতৰ সার্বজনীন বার্তা শীর্ষক এই বক্তৃতা প্রদান কৰিব সাহিত্য অকাডেমিৰ অনুবাদক বঁটা বিজয়ী চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বার্ষিকী আৰু ঋষি অৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে…

APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পন

অৱশেষত আত্মসমৰ্পণ কৰিলে APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত আত্মসমৰ্পণ ৰহমানৰ। আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হব আতাউৰক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৫ দিনৰ বাবে জিম্নাত বিচাৰিব ৰহমানক। স্বাস্থ্য পৰীক্ষাৰ বাবে ইতিমধ্যেই MMCলৈ প্ৰেৰণ…

সুখবৰঃ অসম জীয়ৰী ড° অনন্যা গোস্বামীলৈ AIIMSৰ বিশেষ সন্মান

অসম সন্তান ড° অনন্যা গোস্বামীলৈ বিশেষ বঁটা আগবঢ়াইছে AIIMSয়ে। AIIMSৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হৈছে এই বটাঁ। ডাঃ বোধ ৰাজ চাৱৰবাল স্বৰ্ণ পদকেৰে সন্মানিত কৰা হল গোস্বামীক। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ চিকিৎসক বঁটা লাভ…

দৰঙত হিমন্ত বা ভূপেন বৰাৰ মানুহ মৰা নাই-আমাৰ মানুহ মৰিছেঃ AIUDF

দৰঙৰ উচ্ছেদ আৰু হিংসাক লৈ মুখ্যমন্ত্ৰীক দলে বলে সাক্ষাৎ কৰিলে AIUDFৰ নেতৃবৰ্গই। AIUDF নেতাৰ মুখ্যমন্ত্ৰীক মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ণি দি সংবাদ মাধ্যমৰ আগত কয় যে – AIUDFয়ে মুছলমানক লৈ ৰাজনীতি নকৰে। এই ভুক্তভোগী মানুহখিনিৰ লগত AIUDFৰ আত্মাৰ সম্পৰ্ক…

গৰুখুঁটিৰ কাণ্ডৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

⚫ গৰুখুঁটি কাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ⚫ ধৃত ব্যক্তি দুজন আছমত আলি আৰু ছান মামুদ। ⚫ CID য়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ব্যক্তিকে। ⚫ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক। ⚫ নিশাৰ ভাগতেই গ্ৰেপ্তাৰ কৰা…

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্হাৰঃ নচলিব নেকি গাড়ী-মটৰ?

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক সন্হাই। চৰকাৰে গাড়ীৰ নথি-পত্ৰ নৱীকৰণৰ বাবে বান্ধি দিয়া সময়ৰ বিৰোধিতা কৰি অন্তত ৬ মাহৰ সময় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে মটৰ শ্ৰমিক সন্হাই। সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙ্গলবাৰে পুৱা ৫…

গুৱাহাটীৰ পাণ্ডুঘাটত মৰ্মান্তিক ঘটনাঃ গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গল ৪ ছাত্ৰ

🔴 গুৱাহাটীৰ পাণ্ডুঘাটত আজি সংঘটিত হ’ল এটা দুৰ্ভাগ্যজনক ঘটনা 🔴 গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গল ৪ ছাত্ৰ 🔴 SDRF-এ ইতিমধ্যেই উদ্ধাৰ কৰিছে ৩ ছাত্ৰৰ মৃতদেহ 🔴 জিত দাস, দ্বীপ চৰকাৰ, দয়াল শেখৰ আৰু অবিনাশ নামৰ ৪ ছাত্ৰই…

বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী। ⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো। ⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত বৰাকবাসীয়ে লাভ কৰিছিল শিলচৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫…