শ্ৰেণী ৰাজ্য

আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

কভিদ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা। আজিৰে পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে চিৰিয়াখানা। উল্লেখ‌ যে আজিৰ পৰা আৰম্ভ হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পুৱা চিৰিয়াখানা চৌহদত এক শোভাযাত্ৰাৰো শুভাৰম্ভণি…

“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক নিৰ্দোষী বুলিলে ৰকিবুল হুছেইনে।…

হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট: বিভিন্ন আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা হেকাৰৰ

বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত ভয়ংকৰ কাণ্ড। হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট তথা পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ। বিভিন্ন আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই হেকাৰে। ৱেবচাইটটোত দুহাজাৰ ভুৱা পি এম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভু্ত হৈ আছিল। উল্লেযোগ্য যে…

ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।   ◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ। হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী…

আজি প্ৰয়াত শিল্পী জংকী বৰঠাকুৰৰ ওপজা দিনঃ ভগ্নীক সুঁৱৰি জুবিন গাৰ্গৰ আৱেগিক ফেচবুক পোষ্ট

আজি প্ৰয়াত উদীয়মান সম্ভৱনাপূৰ্ণ কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ ওপজা দিন। এক পথ দুৰ্ঘটনাত হঠাৎ আঁতৰি গৈছিল জংকী। আজি জংকীৰ ওপজা দিনত ভগ্নীক সুঁৱৰি ভাতৃ জুবিন গাৰ্গে দিছে এক আৱেগিক ফেচবুক পোষ্ট। ভগ্নীৰ এখন ফটো দি জুবিনে লিখিছে – Memories …..my sister…

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ’ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ ⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ ⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ ⚫ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক’ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক’ভিডৰ বাবে প্ৰায় দুটা…

শ্বহীদক লৈ কৰা শ্বেৰমান আলীৰ মন্তব্য আমাৰ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানো অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ। লগতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক তুলা-ধূনা দি অখিল গগৈয়ে আলীক এই মন্তব্য উঠাই ল’বলৈ দাবী…

নিমাতীঘাট কাণ্ডৰ লগত জড়িত ৭ জন কৰ্মচাৰীক নিলম্বন

⚫ ৰাজ্য কঁপাই যোৱা নিমাতীঘাট দুৰ্ঘটনাৰ নতুন মোৰ ⚫ নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক ⚫ কৰ্মচাৰী কেইজন ক্ৰমে ধনবৰ দাস, বিজু দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা,বিনোদ বৰুৱা বাবুল নেওঁগ আৰু জয়ন্ত দাস

পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল ⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি ⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩ ⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ ⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা ১৬৯ কি: মি: গভীৰতাত