শ্ৰেণী ৰাজ্য

বিপদত GNRC হাস্পতাল কৰ্তৃপক্ষ,আৰক্ষীৰ নজৰত GNRC

ৰাজ্য কঁপাই যোৱা গুৱাহাটী মহানগৰীৰ ৰুক্মীণী গাঁও কাণ্ডৰ নতুন মোৰ। মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত এতিয়া বিপদত পৰিছে GNRC হাস্পতাল কৰ্তৃপক্ষ। ঘন্টা ঘন্টা জেৰাৰ সন্মুখীন হ’ল চিকিৎসক নৱনীল বৰাৰ লগতে GNRC হাস্পতালৰ উপ স্বাস্থ্য অধীক্ষক সৰোজ সিঙ। লগতে জেৰাৰ অন্তত GMCH…

ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ লংজাম্প, ক’ত কিমান মূল্য ?

মুল্যবৃদ্ধিৰ জুইকুৰাই দহিছে ৰাজ্যৰ সাধাৰণ জনতাক। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য : ◆ ৰন্ধন গেছ : ৯৫২.৫০ টকা ◆ পেট্ৰ’ল : ১০০.৬৮ টকা ◆ ডিজেল : ৯২.৪৭ টকা ◆ কেঁচা মটৰ : ৩০০ টকা ◆ ফুলকবি…

প্ৰকাশ পালে উপ-নিৰ্বাচনত AIUDF ৰ প্ৰাৰ্থীত্ব তালিকা

◆ উপ-নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDFয়ে ◆ ভৱানীপুৰ আৰু গোসাঁইগাঁৱত সমষ্টিত প্ৰাৰ্থীত্ব দিব AIUDFয়ে ◆ভৱানীপুৰত AIUDF ৰ প্ৰাৰ্থী জুব্বাৰ আলি ◆ গোসাঁইগাঁৱত AIUDF ৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰ

কিং কোব্ৰাৰ সৈতে খেলা কৰি প্ৰাণ হেৰুৱালে ৬০ বছৰীয়া বৃদ্ধই

◆ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে এক শিহৰণকাৰি ঘটনা ◆ ধাননিৰ মাজৰ পৰা এডাল সাপ ধৰি আনি গাঁৱৰ লোকসকলক খেল দেখুৱাই থকা সময়তে দংশন কৰে এজন লোকক ◆মৃত ব্যক্তিজনৰ নাম ৰঘুনন্দন ভূমিজ ◆ প্ৰাপ্ত তথ্য অনুসৰি কিং কোব্ৰা ডিঙিত মেৰিয়াই…

Just in: পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা

◆ পুনৰ গ্ৰেপ্তাৰ হল ৰাজপথত সন্ত্ৰাস চলোৱা মডেল ৰাজকন্যা বৰুৱা ◆ গুৱাহাটী GNRC ৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যাক ◆ অসুস্থতাৰ অজুহাতত GNRCত আছিল ৰাজকন্যা বৰুৱা ◆ মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা

আজি পৱিত্ৰ মহালয়া, ধৰালৈ নামিল মা দুৰ্গা

আজি মহালয়া। মৰ্ত্যলৈ নামিল দুৰ্গতি নাশিনী মা দুৰ্গা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগতে দেখা গ’ল ব্যাপক উচ্ছাহ উদ্বিপনা। এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত আগমন হ’ল আৰু গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক’ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা পূজা আৰু এইবাৰ পৰিস্থিতি…

দুৰাৰোগ্য ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰিমি বৰ্মনঃ আপোনাৰ কিঞ্চিৎ সহায়ে হাঁহি বিৰিঙাব পাৰে এটা পৰিয়ালৰ মুখত

ধুবুৰী জৱাহৰ নৱোদয় বিদ্যালয় তথা গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰী ৰিমি বৰ্মন এতিয়া অসুস্থ। Business Analytics and finance from Lloyds institute of management and technology-Delhiৰ অধ্যয়নৰত ৰিমি বৰ্মনৰ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ১৮ লক্ষাধিক টকা। ইতিমধ্যেই ৰিমিৰ…

প্ৰলয়ংকাৰী বানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনলৈ অসম জ্ঞানৰত্ন বঁটা

বানৰ মাজত পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনক মনত আছেনে? প্ৰলয়ংকাৰী বানৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল মোজাম্মেল হুছেইন। ২০১৭ চনত মাৰ্কাজ একাডেমীত বানৰ মাজত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিছিল মোজাম্মেল হুছেইনে আৰু সেইজন…

আজিৰ দিনটোতেই শ্বহীদ হৈছিল মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকঃ কিন্তু কেনেকৈ?

“…মঙলদৈৰ সোণটি বাচাহে ধনটি মোজাম্মিল মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ৷…” (ড° ভূপেন হাজৰিকা) আমি সকলোৱে জানো যে অসমত ১৯৭২ চনত যি মাধ্যম আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনৰ প্রভাৱ দৰঙৰ মঙলদৈতো পৰিল৷ ১৯৭২ চনৰ ৫…

‘এতিয়াও সময় আছে ভেকচিন লওক, নহ’লে পূজা চাব নোৱাৰিব’: মুখ্যমন্ত্ৰী

◆ ৰাজ্যত অনুষ্ঠিত হ’ব লগা দুৰ্গা পূজা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ◆ সকলো ব্যক্তিকে পূজাৰ পূৰ্বে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ কেৱল ভেকচিন লোৱা লোককহে পূজা চাবলৈ অনুমতি প্ৰদান কৰা হব ◆ পূজা কমিতিসমূহে প্ৰৱেশদ্বাৰত পৰীক্ষা কৰিব লাগিব…