শ্ৰেণী ৰাজ্য

বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমানঃ চৰকাৰী হৰ্ডিঙত সানিলে ক’লা ৰং

🔴 বৰাকত পুনৰ চূড়ান্ত অপমান অসমীয়া ভাষাক 🔴 বৰাকৰ অখ্যাত বৰাক ডেমোক্ৰেটিক যুৱ ফন্টৰ(BDYF) মইমতালি 🔴 চৰকাৰী হৰ্ডিঙত ক’লা ৰং সানি বৰাকত অসমীয়া ভাষা চলিব নিদিয়াৰ হুংকাৰ BDYFৰ 🔴 জল জীৱন মিছনৰ চৰকাৰী হৰ্ডিঙৰ অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি…

সুখবৰঃ অস্কাৰৰ দৌৰত প্ৰথম অসমীয়া ছবি ব্ৰীজ

এটা ভাল খবৰ। বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ আঁজুৰি অনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰণাংগনত নামিবলৈ সক্ষম হৈছে অসমীয়া ছবি ব্ৰীজ। বিদেশী ভাষাৰ ছবি(Foreign Language Films)ৰ মনোনয়ন(Nomination) বাবে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবে পঠিওৱা হব এখন ছবি। এই ছবিখন নিৰ্বাচন…

আল-কায়দা আৰু ISI-এ আক্ৰমণ কৰিব পাৰে অসমঃ কিন্তু কিয়?

পাকিস্তানৰ গুপ্তচৰ সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) অসম আৰু দেশৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে দেওবাৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শকে(L & O)…

শীঘ্ৰেই অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ আৰু BTR পৰিষদে

◆ বড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বড়ো সংগঠনৰ সৈতে একাধিক চুক্তি সম্পাদন কৰাৰ পিছত এতিয়া BTRৰ অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদ ◆ এই কথা প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ◆ ৰাজ্যৰ মুখ্যমন্ত্ৰী…

আজি কাতি বিহুৰ উৰুকাঃ মাজুলীৰ আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ’ব ২১ গছি আকাশ বন্তি

◆ আজি কাতি বিহুৰ উৰুকা ◆ বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ◆ অহাকালি মাহৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পালন কৰা হ’ব কাতি বিহু ◆ বিহুৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ সমাজ ◆ আজি মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত…

সমাগত উপ নিৰ্বাচনঃ ৰাজ্যৰ ৫ সমষ্টিত ভোট যুদ্ধত অৱতীৰ্ণ হ’ব ৩১ গৰাকী প্ৰাৰ্থী

◆ ৰাজ্যত সমাগত বিধানসভা উপ নিৰ্বাচন ◆ অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ◆ গোসাইগাঁও, তামুলপুৰ, মৰিয়নী, থাওৰা আৰু ভৱানীপুৰ এই পাঁচটা সমষ্টিত নিৰ্বাচনী ভোট যুদ্ধত অৱতীৰ্ণ হ’ব সৰ্বমুঠ ৩১ গৰাকী প্ৰাৰ্থী ◆ ৰাজ্যৰ নিৰ্বাচন…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী

🔴 আজি অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী 🔴অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী 🔴হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ 🔴মহাপুৰুষ গুৰুজনাক সুঁৱৰি বৰদোৱা,লখিমপুৰ, বৰপেটা, শুৱালকুছিত বিশাল আয়োজন

এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত

* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ * বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি * এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে * বিশেষ পূজাখন প্ৰত্যক্ষ…

৩৭ বছৰত ভৰি দিলে অগপই

* আজি ৩৭টা বছৰত ভৰি দিলে অসম গণ পৰিষদে। * ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল দলটো * বোকাখাতৰ অগপৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস। * দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য “অগপ শক্তিশালী হোৱা মানে…

পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীৰ পৰাই মূল্যববৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা…