৩৭ বছৰত ভৰি দিলে অগপই

Share This Article

* আজি ৩৭টা বছৰত ভৰি দিলে অসম গণ পৰিষদে।

* ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল দলটো

* বোকাখাতৰ অগপৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস।

* দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য “অগপ শক্তিশালী হোৱা মানে অসমৰ আঞ্চলিকতাবাদ শক্তিশালী হোৱা”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.