শ্ৰেণী ৰাজ্য

কাইলৈ মহালয়া,মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা

কাইলৈ মহালয়া। মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা। চলিত অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ শাৰদীয় দুৰ্গা পূজা। দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। এইবাৰ দেৱী ঘোঁৰাত আগমন হৈ গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক’ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা…

দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ DIG ৰৌনক আলী হাজৰিকা

◆ DIG ৰৌনক আলী হাজৰিকাক গ্ৰেপ্তাৰ ◆ আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ IPS বিষয়াগৰাকীৰ বিৰুদ্ধে ◆ হেঙেৰাবাৰী বাসগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে নিলম্বিত DIG জনক ◆ SP ৰজি কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে চলাইছিল অভিযান

বাছৰ ভাৰা বৃদ্ধি কৰিলে বাতিল হ’ব বাহনৰ অনুজ্ঞা-পত্ৰ

কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। এতিয়াৰ পৰা যাত্ৰীবাহী বাছে নিজ ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব বাছৰ ভাৰা। বাছৰ ভাৰা বৃদ্ধি কৰিলেই বাতিল হ’ব অনুজ্ঞা-পত্ৰ । এই সম্পৰ্কে পৰিবহণ বিভাগক অনুসন্ধান চলাবলৈ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।…

উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ উন্মোচন

ছচিয়েল মিডিয়াত মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী লিখি চৰ্চিত হোৱা উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এ টি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতী…

গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰচাৰক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল। ইয়াৰ মাজতে আজি ৰাজ্যৰ গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। ছোনিয়া গান্ধীৰ অনুমোদন সাপেক্ষে গোসাঁইগাঁৱত জোৱেল…

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গৰুখুঁটিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়াকৈ গোচৰ। ৬/২২১ নম্বৰত পঞ্জীয়ন গোচৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু ৰাজ্য চৰকাৰে ৭ অক্টোবৰলৈ উত্তৰ দিয়াৰ সময় ললে উচ্চ ন্যায়ালয়ৰ পৰা। অসম নাগৰিক সমাজৰ পত্ৰৰ পিছতেই এই গোচৰ…

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা

◆ ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন ◆মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া তৎপৰ হৈছে দিছপুৰ আৰক্ষী ◆ বৰ্তমান মহানগৰীৰ GNRCত চিকিৎসাধীন নিশা সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা ◆ ৰাজকন্যা বৰুৱাৰ ঘটনা সন্দৰ্ভত ২ আৰক্ষী বিষয়া -তদন্তকাৰী বিষয়া আভা ৰাণী গগৈ আৰু…

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে প্ৰস্তুত কৰিলে ইংৰাজী ভাগৱত গীতা

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে অতি নিখুঁত ভাবে বৈ উলিয়াই ইংৰাজী ভাগৱত গীতা। ইয়াৰ পূৰ্বে তেওঁ গুণমালা, নামঘোষা আৰু ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ ও তাঁতশালতে প্ৰস্তুত কৰি উলিয়াইছিল। মৰাণৰ এই গৰাকী আদৰ্শ শিপিনীয়ে ২৮০ ফুট দৈর্ঘ্য আৰু ২ ফুট…

পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। এইবাৰ পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফৰ মিত্ৰতা। আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন দিব বিপিএফয়ে আৰু গোসাঁইগাঁৱত সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিপিফ দলে। উল্লেখযোগ্য…

ঘোষণা হ’ল ৰাজ্যিক বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

◆ বহু প্ৰতিক্ষাৰ অন্তত আজি ঘোষণা হ’ল ৰাজ্যিক বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ◆ তিনিটা সমষ্টিৰ বাবে প্ৰকাশ কৰে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ◆ ১০৭নং থাওৰা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ◆ ৪১নং ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফণী তালুকদাৰ ◆ ১০১নং মৰিয়নী সমষ্টিৰ…