সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা

◆ ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন

◆মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া তৎপৰ হৈছে দিছপুৰ আৰক্ষী

- Donation -

◆ বৰ্তমান মহানগৰীৰ GNRCত চিকিৎসাধীন নিশা সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা

◆ ৰাজকন্যা বৰুৱাৰ ঘটনা সন্দৰ্ভত ২ আৰক্ষী বিষয়া -তদন্তকাৰী বিষয়া আভা ৰাণী গগৈ আৰু দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাৰ এছ আই ছাহিৰ আলীক ৰিজাৰ্ভ ক্ল’জ

Leave A Reply

Your email address will not be published.