পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। এইবাৰ পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফৰ মিত্ৰতা। আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন দিব বিপিএফয়ে আৰু গোসাঁইগাঁৱত সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিপিফ দলে। উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সম্পৰ্কে বৈঠকত মিলিত হোৱাৰ কথাও প্ৰকাশ হাগ্ৰামা মহিলাৰীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296