Investigative reporting with dedication.

আজি বিশ্ব গঁড় দিৱসৰ দিনাই বোকাখাতত দহণ কৰা হল কেইবাটাও গঁড়ৰ খৰ্গ। উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকি মুখ্য মন্ত্ৰী গৰাকীৰ মন্তব্য ‘গঁড়ৰ খৰ্গত ঔষধী গুণ আছে বুলি ভাৱি হত্যা নকৰিব।গঁড় এটা আপুৰুগীয়া সম্পদ আৰু গঁড় জীয়াই থকাটো আমাৰ গৌৰৱ। গঁড়ৰ খৰ্গ বিক্ৰী কৰিও চৰকাৰ চলিব নোৱাৰে’।




