সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা

  • সাহিত্য অকাডেমীৰ অনুবাদ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে ৷
  • অসমীয়া ভাষাৰ বাবে এই বঁটা লাভ কৰিছে দিগন্ত বিশ্ব শৰ্মাই ৷ ‘ভাৰতীয় সংস্কৃতিৰ ভেঁটি’ শীৰ্ষক অনুবাদ গ্ৰন্থৰ বাবে তেও এই বঁটা লাভ কৰিছে ৷দিগন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ৷
  • বড়ো ভাষাত অনুবাদ বঁটা লাভ কৰিছে কামেশ্বৰ ব্ৰক্ষ্মই ৷
Leave A Reply

Your email address will not be published.