মূৰত গুলীয়াই আত্মহনন বনকৰ্মীৰ

Share This Article

কাজিৰঙাৰ ডাফলাং বনশিবিৰত এগৰাকী বনকৰ্মীৰ আত্মহনন। নিজৰ লগত থকা বন্দুকেৰে প্ৰবীণ শইকীয়া নামৰ বনকৰ্মীজনে আত্মহনন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰিয়ালৰ মতে তীব্ৰ মানসিক চাপত ভূগি আছিল প্ৰবীণ শইকীয়াই আৰু মত্যুৰ পূৰ্বে কান্দি কান্দি পত্নীৰ সৈতে কথা পাতিছিল। বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ সৈতে বাক বিতণ্ডা হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে। উল্লেযোগ্য যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰে DFO এ আৰু তাৰ পাছতেই বিষয়তো এতিয়া ৰহস্যৰ আবৰ্তত সোমাই পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.