সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

মতামত

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য…

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

'ক' মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?

THE CROSSCURRENT TAKE ২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে…

চুতীয়া জনগোষ্ঠীঃ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততা

ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…

প্ৰগতিশীল জাতীয় চেতনাৰ উকমুকনিত সন্ত্ৰস্ত কোন? ✒️ শুভ্ৰম গোস্বামী

প্ৰতিক্ৰিয়াশীল দালাল ভুৱা জাতীয়তাবাদী নেতাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ দম-দাদাগিৰি চলাব, কিন্তু সেই চোকবোৰ লক্ষ্য কৰিলে আঁৰৰ কথাবোৰ বুজি পোৱা যাব। এনে শক্তিয়ে সাধাৰণ শ্ৰমজীৱীৰ ওপৰত হলা গছত বাগী কুঠাৰ মাৰি অত্যাচাৰ কৰিব আৰু লুণ্ঠনকাৰী বৃহৎ…