Browsing Category
মতামত
ইতিহাসত নাৰী আৰু নাৰীবাদ
"মহিলা হৈ কোনো জন্ম নলয়,সমাজ আৰু সংস্কৃতিয়েহে মহিলাৰ জন্ম দিয়ে।"(চিমন দি বিভয়ই)
পুৰুষ আৰু প্ৰকৃতি ইটো সিটোৰ পৰিপূৰক।নেলী অ'দচহুৰ্ণৰ মতে বহু সময়ত বিজ্ঞানীসকলে লিংগৰ বেলেগ বেলেগ সংজ্ঞা দিছে।কিন্ত্ত মূলতঃ পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যটো…
কৰ’নাতন্ত্ৰ, গণতন্ত্ৰ ইত্যাদি
কৰ'নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি?…
বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী
♦অচিন্ত্য ভৰদ্বাজৰ কলমত
এবাৰ এটা সাক্ষাৎকাৰত অমিত শ্বাহক সোধা হৈছিল – বিজেপিয়ে ২০১৯ ৰ নিৰ্বাচনৰ প্ৰস্তুতি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ? এখন্তেকো পলম নকৰাকৈ তেওঁ উত্তৰ দিছিল -আমি ২০১৪ ৰ মে’ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিলো ৷ বিৰোধীয়ে…
‘পিঞ্জৰা তৌড়’, লকডাউন আৰু হাথিৰাম চৌধুৰী
শাস্ত্ৰত থকা বহুতো কথা আৰক্ষী হাথিৰাম চৌধুৰীয়ে হোৱাটছ আপত পঢ়িছিল। আমাজন প্ৰাইমৰ ৱেব চিৰিজ 'পাতাললোক' ৰ এটা চিনত হাথিৰামে নিজৰ পত্নীৰ ওপৰত হাতো উঠাইছিল। কিন্তু পৰিচালকে সেই চিনটোক বেলেঞ্চ কৰিছিল পৰৱৰ্তী আন এটা চিনত। য'ত হাথিৰামে…
অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা
প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয়, বেছি শি্ক্ষক নিযুক্ত নহয়, হোষ্টেলো নাবাঢ়ে ৷…
দুৰ্নীতিৰ অধিকাৰ
"কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি হ'ল ৰাষ্ট্ৰ-পৰিচালনাৰ এক জৈৱিক অংশ - যুগ যুগ ধৰি গঢ় লৈ উঠা প্ৰশাসনিক পৰম্পৰাৰ সি এটা ভিতৰুৱা বস্তু। অপৰাধ জগত, ক'লা বজাৰ আদিয়ে ৰাজনীতি নষ্ট কৰিলে বুলি কোৱাটো ভুল - এইবোৰ সকলোবোৰ মিলাই লৈয়েই ৰাজনীতি, এই…
অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা
প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷…
সন্তানৰ ঋণ
সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে - সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব'ব নোৱৰা বোজা…
স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা
"সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ…
প্ৰব্ৰজিত শ্ৰমিকৰ মৰ্মবেদনা
"অসম চৰকাৰে ৰাজ্যখনত অৰ্থনৈতিক উন্নয়ন সাধন কৰাত ব্যৰ্থ হোৱাৰ লগতে কৰ্ম সংস্থাপন সৃষ্টি কৰিব নোৱাৰাৰ বাবেই এইসকল যুৱক যুৱতী এনেদৰে বহিৰাজ্যলৈ যাব লগা হৈছিল ৷ তেওঁলোকে পঠিওৱা পইচাৰে অসমৰ বহু পৰিয়ালৰ চৌকাৰ জুই জ্বলিছিল, সেই পইচাই আমাৰ অৰ্থনীতি…