শ্ৰেণী ৰাষ্ট্ৰীয়

হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস

গুজৰাটত শোচনীয় পৰাজয় আপৰ।দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰেই মুখ থেকেঁচা গুজৰাটত।প্ৰাৰ্থী নিৰ্বাচনত ভুল হ’ল নেকি আপৰ? যাৰ ওপৰত ভৰষা,তেওঁলোকেই খালে মুখথেকেঁচা গাডভী,ইটালীয়াৰ শোচনীয় পৰাজয় গুজৰাটত।সৌ সিদিনালৈকে গুজৰাটত চমৎকাৰ হ’ব বুলি দাবী কৰা আপৰ অৱস্থা আজি দুয়োখন ৰাজ্যতে তথৈবচ।হিমাচল প্ৰদেশত খাটাই খুলিব নোৱাৰিলে…

পদুম দলিয়াই ‘হাত’ত ধৰিলে হিমাচলীয়ে

হিমাচল প্ৰদেশত কংগ্ৰেছ দলে ৩৯ খনৰো অধিক আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে।নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কংগ্ৰেছ যেন দুঃস্বপ্নৰ পৰা মুক্ত হ’ব পৰা নাই।ইতিমধ্যে ছত্তীশগড়ত ৰিজৰ্টৰ ৫০ খন আসন বুক কৰিছে কংগ্ৰেছে।সকলো জয়ী প্ৰাৰ্থীক কংগ্ৰেছ শাসিত ৰাজ্যৰ…

ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা

দুখীয়া-দৰিদ্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি অটল অমৃত যোজনা। এই যোজনাৰ অধীনত দুখীয়া-দৰিদ্ৰক প্ৰদান কৰা হয় বিনামূলীয়া চিকিৎসা। কিন্তু অচল এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনি। অটল অমৃত যোজনা কাৰ্ডৰ অধীনত কৰ্কট ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ…

শিৱাজীক অপমান সিন্দে চৰকাৰৰ !

ছত্ৰপতি শিৱাজী মহাৰাজক অপমান সিন্দে চৰকাৰৰ। তাৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল’ব মহাৰাষ্ট্ৰ বিকাশ অগধীয়ে। উদ্ধৱ থাকৰেই এক সংবাদমেল সম্বোধন কৰি কয় “ আমি ১৭ ডিচেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ম।জিজামাতা উদ্যানৰ পৰা আজাদ ময়দানলৈকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা…

টুইট কৰি গ্ৰেপ্তাৰ নেতা

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ চকেট গোখলেক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে।গুজৰাটৰ মৰ্বী দলং সম্পৰ্কত এটা টুইট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চকেট গোখলেক।উল্লেখ্য যে অৱশ্যে কোনটো টুইটৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ,সেয়া জনোৱা নাই দলটোৱে।গোখলেৰ এটা টুইটত তেওঁ সংবাদমাধ্যমত প্ৰকাশিত কিছু পেপাৰ কাটিং…

Slavery for life at the cost of Thousand Rupees only! An Investigative Report

They told that the couple would  provide all facilities to Monorita and would educate her at good school .They also assured that the couple also would pay Rs 2000 per month to Phoolmoni's family.

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…

খাৰ্গেই হ’ব বিৰোধী দলপতি

বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই অহা ৰাজ্যসভা অধিৱেশনত বিৰোধী দলপতি পদতো থাকিব ৷উল্লেখ্য যে সভাপতি নিৰ্বাচনৰ সময়ত এই পদ ত্যাগ কৰিছিল খাৰ্গেই৷অৱশ্যে খাৰ্গেৰ ইস্তফা পত্ৰ সম্পৰ্কত বৰ্তমানেও কোনো সিন্ধান্ত নাই লোৱা কংগ্ৰেছে৷ “কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই ৰাজ্যসভাত বিৰোধী দলপতিৰ…

বিবাহথলীতে মৃত্যু কইনাৰ

বৰমালা পিন্ধায়েই মৃত্যুক সাৱটিলে কইনাই ৷হয়,দৰাক মালা পিন্ধাই বাগৰি পৰিল কইনা ৷লক্ষ্ণৌৰ মলিহাবাদৰ ভাদৱানা জিলাত সংঘটিত এই ঘটনা ৷কইনাৰ নাম শিৱাংগী৷ভাদৱানা জিলাৰ ৰাজপল যাদৱৰ কন্যা শিৱাংগী ৷শনিবাৰে শিৱাংগীৰ বিবাহ কাৰ্য চলি থকাৰ সময়ত জয়মালা পিন্ধোৱাৰ পৰ্ব চলি থাকোতেই দৰাৰ ডিঙিত…

ভংগ হ’বই বংগ ?

স্বাধীনোত্তৰ ভাৰতত বিজেপিয়ে আৰম্ভ কৰিছে ডিভাইড এণ্ড ৰুল পলিচী । বংগ বিভাজনেৰে আৰম্ভ কৰিব নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়া৷ দিল্লীত নিগাজিকৈ বাহৰ পাতিছে KPPৰ নেতৃত্বই ।অসমৰ কোন কোন জিলা অন্তৰ্ভুক্ত হ’ব কমতাপুৰ ৰাজ্যত?আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বংগ ভংগ অভিযান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে…