শ্ৰেণী ৰাষ্ট্ৰীয়

এটা ‘বিশেষ’ ঘৰ কিন্তু কিয় ‘বিশেষ’ ?

এটা ঘৰ !এটা অবিশ্বাস্য ঘৰ !ঘৰটোত আছে ১০ টা কোঠা !ঘৰটোৰ ৪ টা কোঠা তেলেংগানাত,৪ টা কোঠা মহাৰাষ্ট্ৰত ।শোৱনি কোঠা মহাৰাষ্ট্ৰত কিন্তু পাকঘৰ আছে তেলেংগানাত ।দুয়োখন ৰাজ্যতে কৰ দিয়ে ঘৰটোৰ গৰাকীয়ে ১৩ জন সদস্যৰ এটা পৰিয়াল।পাৱাৰ পৰিয়ালৰ আনন্দ অপাৰ।তেওঁলোকৰ নিচিনা…

ৰামপুৰত কিয় নুমাল সমাজবাদীৰ চাকি?

উত্তৰ প্ৰদেশৰ বাণিজ্যিক নগৰী ৰামপুৰ পিছলৈ ‘ৰামপুৰী চাকু’ হিচাপে খ্যাত হৈ পৰিছিল।অঞ্চলটোত বলিউডী কায়দাৰে চলিছিল সকলো কাম কাজ।’ৰামপুৰ চাকু’ শেহতীয়াকৈ চৰ্চালৈ আহিছে।ৰামপুৰ চাকু এতিয়া চুৰীৰ বাবে নহয়,নহয় ৰামপুৰৰ ৰাজা লাইব্ৰেৰীৰ বাবে অথবা প্ৰচীন শিলালিপিৰ বাবেও নহয়,ই বিখ্যাত হৈ পৰিছে সমাজবাদী…

জন্মদিনৰ বাবেই পিছুৱালে গোচৰৰ দিন !

উচ্চতম ন্যায়ালয়ত নিতৌ ভালেসংখ্যক গোচৰৰ শুনানি চলি থাকে। প্ৰতিটো দিনত বহুতো গোচৰৰ চূড়ান্ত ৰায়ো দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। স্বাভাৱিকতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,ন্যায়াধীশকে ধৰি অধিবক্তা সকল ভীষণ ব্যস্ত। এনে ব্যস্ততাৰ বাবে কেতিয়াবা পৰিয়ালৰ লোককো সময় দিব নোৱাৰে এইসকলে। কিন্তু তেওঁলোকৰো আছে…

‘আৰে, আপুনিয়েই কৈ থাকিব নে’ ..

সুৰা নীতি সম্পৰ্কত প্ৰশ্ন কৰাত খং উঠিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।বিষাক্ত সুৰা সেৱন কৰি মঙলবাৰে ৬ জন লোকৰ মৃত্যু হোৱাৰ ওপৰিও প্ৰায় ১৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈছিল।বিহাৰৰ চাৰণ জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সম্পৰ্কত চৰকাৰক প্ৰশ্ন…

‘ভাৰত জোড়ো’ত দ্বিতীয় মনমোহন সিং !

RBI ৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন হ’ল ৰাহুল গান্ধীৰ সংগী ।’ভাৰত জোড়ো’ত সংগ দিলে ৰঘুৰাম ৰাজনে। ৰাজস্থানৰ চাৱাই মধুপুৰত বুধবাৰে ‘ভাৰত জোড়ো’ যাত্ৰাৰ সামৰণি পৰিব।’ভাৰত জোড়ো যাত্ৰা’ত বুধবাৰে অংশ ল’লে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে ।’ভাৰত জোড়ো যাত্ৰা’ত ৰিজাৰ্ভ…

শীঘ্ৰেই উকলিব ড° হিমন্ত বিশ্ব শৰ্মাৰ দিন !

উত্তৰ-পূৱৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব ড° হিমন্ত বিশ্ব শৰ্মাক ! এনেদৰে মেঘালয়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । শ্বিলঙৰ ৰাজপথত বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীৰ হংকাৰ। উত্তৰ-পূৱ ভ্ৰমণ কালত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সংগ দিলে অভিষেক বেনাৰ্জীয়ে।…

ক’লৈ গ’ল ২০০০ টকীয়া?

২০০০ টকীয়া নোটৰ পৰা আমি বাৰু মুক্ত হ’ম নে?কোনে এই নোট নোহোৱাটো বিচাৰিছে ? কিয় বিজেপিৰ সাংসদৰেই বিৰোধিতা? কিয় এই ২০০০ টকীয়া নোটবোৰ অনা হৈছিল? ২০০০ টকীয়া নোট দেশৰ শত্ৰু নেকি?এই প্ৰশ্নই জুমুৰি দি ধৰিছে সাধাৰণ মানুহৰ মনবোৰ ।বিহাৰৰ বিজেপি দলৰ ৰাজ্য…

পত্নীৰ গহণা দি বনালে দলং

গাঁৱৰ দলঙৰ বাবে বন্ধক দিলে পত্নীৰ গহণা ।এজন ট্ৰাকচালক !নাম তেওঁৰ ৰঞ্জিত নায়ক !ৰঞ্জিত নায়কৰ নাম এতিয়া চৰ্চাৰ শীৰ্ষত৷ৰঞ্জিত নায়কৰ মহানুভৱতাই ভৱাই তুলিব সকলোকে !উৰিষ্যাৰ ৰায়াগড়া জিলাৰ কাশীপুৰ ব্লকৰ গুঞ্জৰমপাঞ্জাৰা গাঁৱৰ বাসিন্দা ৰঞ্জিত৷বিগত নিৰ্বাচনবোৰত ৰাজনৈতিক নেতাই দিছিল গাওঁবাসীক প্ৰতিশ্ৰুতিৰ পাহাৰ।গাঁৱৰ…

আৰক্ষী হ’লগৈ চিকিৎসক !

কনিষ্টবল হ’ল চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী !মধ্য প্ৰদেশত ঘটিল নাভূত নাশ্ৰুত ঘটনা !ৰেগিং বন্ধ কৰাৰ বাবে গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ।পিন্ধনত বগা কোট,যেন মেডিকেলৰ ছাত্ৰী !ঘটনাটো অসমৰ নহয়,মধ্য প্ৰদেশৰ ইন্দোৰৰ ঘটনা এয়া।দেখাই শুনাই শুৱনি ২৫ বছৰীয়া শ্বালিনী চৌহানে মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত…

‘অতচ্ছে দিন’ত প্ৰায় ২ কোটিয়ে এৰিলে দেশ

চলিত বৰ্ষত প্ৰায় ২কোটি লোকে দেশ ত্যাগ কৰিছে ।ভাৰতত সংস্থাপন নাই সেয়ে দেশ ত্যাগ কৰা লোকৰ লানি লাগিছে।কিন্তু কিয় বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা?দেশ এৰা ভাৰতীয়ৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দেশত।চলিত বৰ্ষত ১৩৭% বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ…