শ্ৰেণী ৰাষ্ট্ৰীয়

মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই

বিগত ২০ বছৰত কোনো দিনেই প্ৰধানমন্ত্ৰী মোডী ইমান ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল।কিন্তু ২০২২ চনৰ কথা একেবাৰে সুকীয়া।গুজৰাট নিৰ্বাচনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোডী।অহা ৮ ডিচেম্বৰত ফলাফল ঘোষণা হ’ব গুজৰাটৰ।এই ফলাফলৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰিব ২০২৪ চনৰ লোকসভা…

এম্বুলেন্স ৰাজনীতি !

প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীত হঠাতে ক’ৰ পৰা আহে এম্বুলেন্স?ভোটৰ বাবে এম্বুলেন্সৰ ব্যৱহাৰ কেতিয়ালৈকে কৰিব বিজেপিয়ে?ৰোগীক কঢ়িয়াবৰ বাবে এম্বুলেন্সৰ ব্যৱহাৰ কৰা হয়।এই কথা আমি সকলোৱে জানো। কিন্তু এইবাৰ নিৰ্বাচনত ভোট লাভৰ বাবে এম্বুলেন্স ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

দেশত চলিছে ‘আদানিৰাজ’

বিগত ২০২০ চনৰ পৰা মুঠ ৮ টা কোৱাৰ্টাৰত এলআইচিয়ে আদানিৰ ৭ টা কোম্পানীত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰিছে।আদানিৰ কোম্পানীত এলআইচিয়ে অংশীদাৰিত্ব প্ৰায় ৪ গুণ বৃদ্ধি কৰাৰ বিপৰীতে এটা কোম্পানীত ৬ গুণ বৃদ্ধি কৰিছে।তথ্যত প্ৰকাশ যে আদানিৰ ৭ টা কোম্পানীত এলআইচিৰ মুঠ…

আটক গল্ডী ব্ৰাৰ

গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ মূল মাষ্টৰমাইণ্ডক আটক।গেংষ্টাৰটোক কেলিফৰ্ণিয়াত আটক কৰা হৈছে ৷পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই তথ্য নিশ্চিত কৰিছে। গুজৰাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী মানে কয় “ আজি পুৱা মই এক নিশ্চিত তথ্য লাভ কৰিছোঁ যে কানাডাত এজন ডাঙৰ গেংষ্টাৰক…

মই এনডি টিভিৰ পৰা পদত্যাগ কৰিলোঁ..

মই এনডি টিভিৰ পৰা পদত্যাগ কৰিছোঁ। ‘নমস্কাৰ মই ৰবীশ কুমাৰ’ এই কথাষাৰ সেই চেনেলটোত আৰু আপোনালোকে শুনিবলৈ নাপাব।

কি হ’ব NDTV ৰ ?

NDTVৰ নিৰপেক্ষ সাংবাদিকতাৰ সেই ধ্বজা অটুট থাকিব নে? এই প্ৰশ্ন এতিয়া চৌদিশে। কাৰণ NDTVৰ প্ৰতিষ্ঠাপক সাংবাদিক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ পাছতে এতিয়া NDTVৰ ভৱিষ্যত সন্দৰ্ভত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। কি হ’ব ৰৱীশ কুমাৰৰ পৰৱৰ্তী সিদ্ধান্ত?এই বিষয়ে জানিবলৈ ভাৰতবৰ্ষ…

ভেকচিন দি ভয়ত কঁপিছে চৰকাৰ !

ভেকচিন দি বিপদত পৰিছে চৰকাৰ৷তাৰেই পৰিপ্ৰেক্ষিতত এতিয়া সতর্কীকৰণৰ কথা কৈ দায় সৰাৰ চেষ্টা চৰকাৰৰ ।বিগত বৰ্ষত ক’ভিড ভেকচিন লৈ প্ৰাণ হেৰুৱা দুগৰাকী মহিলাৰ পিতৃমাতৃয়ে ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন।হায়দৰাবাদৰ ৰচনা গংগু আৰু কয়ম্বাটুৰৰ বেনুগোপালন গবিন্দমে উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ কন্যাৰ মৃত্যুৰ…

প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া

গুজৰাটৰ নিৰ্বাচনত মাছমৰীয়া সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন।কিন্তু নিৰ্বাচনক লৈ অলপো উৎসাহী নহয় মাছমৰীয়া সকল।ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি শুনি আমনি লাগিছে তেওঁলোকৰ।প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ে ৰাজনীতিকে।কিন্তু বাস্তৱত তাৰ এটা প্ৰতিশ্ৰুতিও…

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক

গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। ‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা ৰেজা ডৰমিছিয়ানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। উল্লেখযোগ্য যে ‘ এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন বৃহস্পতিবাৰ…

‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ

‘দিল্লী কা লড়কা’ নামৰ এটা ছিৰিজ মুকলি কৰিছে বিজেপিয়ে। ইয়াৰ উদ্দেশ্য আপৰ বিফলতা সমূহ পৌৰ নিৰ্বাচনৰ আগতে জনতাৰ সন্মুখত দাঙি ধৰা। পৌৰ নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগতে বিজেপিয়ে খুলিব খুজিছে আপৰ ‘মুখা’। “ আপ চৰকাৰৰ ধন দি চলোৱা প্ৰচাৰ অভিযানৰ…