শ্ৰেণী ৰাষ্ট্ৰীয়

১২ বিজেপি বিধায়কক নিলম্বন

ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ ৪২ জন বিধায়কক এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।নতুন মুখৰ লগতে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈছে পুৰণা বিজেপি নেতা-কৰ্মী।পুৰণি বিজেপিৰ গৰিষ্ঠসংখ্যকেই আগন্তুক নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে।তেনে ১২গৰাকী বিদ্ৰোহী বিজেপি…

ধন লৈ ‘ভাৰত জোড়ো’ত পূজা ভাট?

‘ভাৰত জোড়ো’ যাত্ৰাত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ অভিনেতা,অভিনেত্ৰী সকলক কংগ্ৰেছে ধন দি ৰাহুল গান্ধীৰ লগত পদযাত্ৰা কৰোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে।উল্লেখযোগ্য যে অভিনেত্ৰী পূজা ভাট,ৰিয়া সেন আদিয়ে ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল আৰু তাকে লৈ সৰৱ হৈছে শাসক দল।অভিনেত্ৰী পূজা…

‘মাচাজ’হে আছিল সেয়া !

দিল্লীৰ এগৰাকী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত মাচাজ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল যিটোক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছিল।কাৰাগাৰৰ কাৰাবন্দীক মাচাজ দি লাহবিলাহৰ জীৱন যাপনৰ সুবিধা দিয়াৰ পৰম্পৰা নাই।বিজেপিৰ তীক্ষ্ণ সমালোচনাৰ পৰা হাত সাৰিবলৈ আপ দলে সেয়া মাচাজ নহয় বৰঞ্চ ফিজিঅ’থেৰাপী…

জোপা-খোপা ক’ৰবাত ধৰি হ’লেও বিজেপিক লাগে গাদী

গুজৰাটত বিজেপিৰ অৱস্থা তথৈৱচ ! আম আদমী পাৰ্টিৰ নতুন ৰণকৌশলত বিধ্বস্ত হৈছে নেকি বিজেপি? জোপাত পাৰিলে জোপাত,খোপাত পাৰিলে খোপাত ধৰিছে বিজেপিয়ে !প্ৰচাৰৰ কৌশল হিচাপে লৈছে এইবাৰ শিশুক শিশুক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰত নিষেধাজ্ঞা আছে যদিও কেৰেপ কৰা নাই বিজেপিয়ে।স্বয়ং প্ৰধানমন্ত্ৰীয়েই নিৰ্বাচনী…

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent । জামতাৰা….A to Z

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent

মিছা বিক্ৰী কৰে ৰাজনীতিকে

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায় পতিয়ন যায়। দৰিদ্ৰতা,মুদ্ৰাস্ফীতি,কৰ্মসংস্থাপনহীনতা,কৃষকক…

নৃশংস প্ৰেম

প্ৰাক্তন প্ৰেমিকাক টুকুৰাটুকুৰ কৰিলে প্ৰেমিকে।প্ৰেমিকাৰ মৃতদেহ কাটি পেলাই দিলে কুঁৱাত ।বিগত ৯ নবেম্বৰৰ ঘটনা এয়া।প্ৰেমিকৰ নাম প্ৰিন্স যাদৱ। হত্যাকাণ্ডৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল তাৰ সঠিক তথ্য নাই আৰক্ষীৰ হাতত।সৌভাগ্যৰ বিষয় এয়ে যে হত্যাকাৰী প্ৰিন্স যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে আৰক্ষীৰ…

খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে ‘ভাৰত জোড়ো’ যাত্ৰা সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ…

‘টুপী’ নহয় ‘ব্ৰহ্ম জাপি’ কৃষকক পিন্ধালে মোডী চৰকাৰে

কৃষকে প্ৰতিবাদ সামৰাৰ এটা বছৰ পিছতো ন্যুনতম সমৰ্থিত মূল্য লাভ কৰা নাই ৷ দিল্লীৰ সীমান্তত প্ৰায় ডেৰটা বছৰ প্ৰকৃতিকো প্ৰত্যাহ্বান জনাই কৰা প্ৰতিবাদৰ কোনো ফল নাপালে কৃষকে৷ কেন্দ্ৰৰ মোডী চৰকাৰে ন্যুনতম সমৰ্থিত মূল্য নিদিলে কৃষকক,নিদিলে কোনো ক্ষতিপূৰণো৷আনকি কৃষকৰ বিৰুদ্ধে পঞ্জীয়ন…

ৰেডিছন ব্লুৰ মালিকৰ আত্মহত্যা

ধন -সম্পত্তি, লাহ বিলাহেই জীৱনত সকলো নহয়৷ সকলোবোৰেই পৃথিৱীত ক্ষন্তেকীয়া ! বৈষয়িক সুখে মানুহক মানসিক শান্তি দিব নোৱাৰে৷ তাৰেই যেন এক উদাহৰণ হ’ল ৰেডিছন ব্লু নামৰ পঞ্চতাৰকাযুক্ত হোটেলখনৰ স্বত্বাধিকাৰী৷ হোটেলখনৰ স্বত্বাধিকাৰী অমিত জৈনে শনিবাৰে আত্মহত্যাৰ পথ বাচি ল’লে৷ গাজিয়াবাদৰ কৌচম্বীৰ…