শ্ৰেণী ৰাষ্ট্ৰীয়

মৃতদেহ লুকুৱাইছে আত্মীয়ই কিন্তু কিয়?

বিহাৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে মদাহীৰ মৃত্যুৰ সংখ্যাই।আৰক্ষীৰ ভয়ত মনে মনে জ্বলাইছে মৃতদেহ । সুৰা নিষিদ্ধ বিহাৰত কেনেকৈ সম্ভৱ এনে মৃত্যু ?বিহাৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে শতাধিক লোকে।বিহাৰ বিজেপিৰ সভাপতি সুশীল মোডীয়ে কয় “বিহাৰ চৰকাৰে মৃতকৰ প্ৰকৃত তথ্য…

কংগ্ৰেছত মোক্ষম আঘাত !

প্ৰধানমন্ত্ৰীৰ ‘টোপ’ত ভোল গ’ল মেঘালয়ৰ কংগ্ৰেছী ।প্ৰধানমন্ত্ৰী দিল্লী নাপাওঁতেই দল এৰিলে কংগ্ৰেছীয়ে ।মেঘালয়ত ২০২৩ চনৰ প্ৰথম ভাগতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ একেলগে দেওবাৰে উপস্থিত হৈছিলহি শ্বিলঙত।অৱশ্যে নিৰ্বাচনী ৰণশিঙা…

‘ভাৰত জোড়ো’ত অথন্তৰ

‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত।অস্বস্তিত পৰিছে ৰাহুল গান্ধী !এটা বিশেষ শ্লোগানৰ বাবে অস্বস্তিত পৰিল ৰাহুল গান্ধী ! কি এই শ্লোগান ?ভাৰত জোড়ো যাত্ৰাই ১০০ দিনত ভৰি দিলে।দেওবাৰে পুৱা এই যাত্ৰা আৰম্ভ হয় ৰাজস্থানৰ দৌচাৰ পৰা।এই যাত্ৰাৰ সময়ত এক বিশেষ শ্লোগানৰ ধ্বনিয়ে…

NEC ৰ সোণালী জয়ন্তী আৰম্ভ

উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী আৰম্ভ ।অংশ ল’ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।উত্তৰ পূবৰ ৭ জন মুখ্যমন্ত্ৰী উপস্থিত।উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে শ্বিলঙত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।সোণালী জয়ন্তীৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ ওপৰিও দুয়োগৰাকীয়ে কেইবাটাও…

ন্যায় নাপালে বিলকিছে !

বিলকিছ বানু। দেশৰ বাবে এটা চৰ্চিত নাম। ২০০২ চনৰ গুজৰাট। গুজৰাট তেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত হৈ পৰিছিল। এয়া গোধৰা কাণ্ডৰ সময়।সিদিনা আছিল মে’ মাহৰ তিনি তাৰিখ। সেই সংঘৰ্ষৰ সময়তে গুজৰাটৰ দাহোৰ জিলাৰ বাৰীয়া গাঁৱত হয় আক্ৰমণ। সেই গাঁৱৰে বাসিন্দা বিলকিছ…

গেৰুৱা পিন্ধি কেৱল অভিনয় কৰিব নোৱাৰি !

শ্বাহৰূখ খান আৰু দিপীকা পাডুকন অভিনীত ‘পাঠান’ চলচ্চিত্ৰখনৰ এটা গীতৰ দৃশ্যই লগাইছে তোলপাৰ। চলচ্চিত্ৰখনৰ গীতটো মুক্তি দিয়াৰ লগে লগে বীৰ শিৱাজী গ্ৰুপে ইন্দোৰত চলচ্চিত্ৰখন নিষিদ্ধ কৰিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অভিনেতা শ্বাহৰূখ খান আৰু অভিনেত্ৰী দিপীকা পাডুকনৰ প্ৰতিকৃতি…

‘চীনা সৈন্যই পিটিছে ভাৰতীয় সেনাক!’

ৰাহুল গান্ধীক বহিস্কাৰ কৰক !কংগ্ৰেছৰ পৰা শীঘ্ৰেই বহিস্কাৰ কৰক ৰাহুল গান্ধীক !দম আছে যদি খাৰ্গেই লওক এই সিন্ধান্ত ! অৰুণাচল প্ৰদেশত চীনা সৈন্যইহে ভাৰতীয় সেনাৰ ওপৰত মাৰপিট কৰা বুলি মন্তব্য দিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই…

আদানিৰ ‘ৰাজনীতি’ !

প্ৰতিশোধ পৰায়ণতাত নামিছে বিজেপিৰ ঘনিষ্ঠ আদানি  ! বিজেপিক হৰুৱাৰ প্ৰতিশোধ আদানিৰ ! হিমাচলত বন্ধ কৰি দিলে চিমেণ্টৰ কাৰখানা ! সংস্থাপন হেৰুৱালে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ।বিলাসপুৰ জিলাৰ এচিচি চিমেণ্ট প্লেণ্ট আৰু চলান জিলাৰ দৰলঘাটৰ অম্বুজা চিমেণ্ট প্লেণ্ট হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল বিজেপিৰ…

চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ফাদিল

বিগত ৪ ছেপ্তেম্বৰত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ এগৰাকী বিশিষ্ট উদ্যোগী চাইৰাছ মিস্ত্ৰীয়ে।টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ লগত সেইদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ সহযাত্ৰী জাহাংগীৰ পাণ্ডলেৰ। উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা মিস্ত্ৰীৰ গাড়ীখন চলাইছিল এগৰাকী চিকিৎসকে৷মুম্বাইৰ প্ৰতিষ্ঠিত চিকিৎসক…

কিস্তিৰ সলনি ঢালিলে গৰম তেল !

ঋণৰ কিস্তি আনিবলৈ গৈ বিপদত প্ৰবন্ধক ।ঋণৰ কিস্তিৰ সলনি ঢালিলে এক কেৰাহী গৰম তেল ।গুৰুতৰভাৱে আহত প্ৰবন্ধক পালেগৈ হস্পিতাল।ৰাজস্থানৰ ঝুনিঝুনুত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ঋণৰ কিস্তি দিব নোৱাৰি গ্ৰাহকে সংগ্ৰাহকৰ গাত মাৰি দিলে এক কেৰাহী গৰম তেল।ঘটনাটোত গুৰুতৰভাৱে আহত…