শ্ৰেণী ৰাষ্ট্ৰীয়

চোকা চাকু লাগে প্ৰজ্ঞা ঠাকুৰক !

বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰাৰ আহ্বান জনাইছে বিৰোধী দল কংগ্ৰেছে।উল্লেখ্য যে মধ্য প্ৰদেশৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে অলপতে ঘৰত সকলোকে অস্ত্ৰঅস্ত্ৰ ৰাখিবলৈ আহ্বান জনাইছিল।কৰ্ণাটকৰ শিৱমগগা অঞ্চলত অনুষ্ঠিত এক অনুষ্ঠানত দেওবাৰে হিন্দু ধৰ্মৰ লোকক হত্যাৰ বিষয়টো উত্থাপন কৰি প্ৰজ্ঞা…

৩ সন্ত্ৰাসবাদী নিহত

জম্মুত বুধবাৰে পুৱা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষত অতি কমেও ৩ টা সন্ত্ৰাসবাদী নিহত হৈছে।জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সিঙে কয়”এখন ট্ৰাক সন্দেহজনকভাৱে অহাযোৱা কৰি থকাটো আমাৰ চকুত পৰিছিল।তালাচী চকীত আৰক্ষীয়ে ট্ৰাকখন ৰখাইছিল।নিৰাপত্তাৰক্ষীৰ দলটোৱে তালাচী অভিযান চলাই থকাৰ…

ক’ভিড শেষ চীনত ?

মাস্ক পিন্ধি কৰ্মস্থলীলৈ চীনা লোক চীনত ঘূৰি আহিছে স্বাভাৱিক অৱস্থা ৰাজপথত লানি লাগিছে গাড়ীৰছাংহাই আৰু বেইজিং চহৰত মাস্ক পৰিধান কৰা লোকৰ লানি লাগিছে৷সোমবাৰে দুয়োখন চহৰৰ মাজত চলা ৰে’লবোৰৰ আসন সম্পূৰ্ণ যাত্ৰীৰে পৰিপূৰ্ণ দেখা গৈছে৷ উল্লেখ্য যে ক’ভিডৰ মূল উৎপত্তিস্থল চীনত…

‘মাওবাদী’ প্ৰচণ্ড প্ৰধানমন্ত্ৰী হ’ল !

এজন ‘আত্মগোপনকাৰী’ হ’ল প্ৰধানমন্ত্ৰী ! এজন ‘মাওবাদী’ হ’ল প্ৰধানমন্ত্ৰী হয়,এসময়ৰ এগৰাকী ৰাষ্ট্ৰদ্ৰোহী প্ৰধানমন্ত্ৰী হ’ল৷ ১৩ বছৰ আত্মগোপন কৰি আছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ ক’ত সংঘটিত হৈছে এই বিৰল ঘটনা? দেশখন হ’ল ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপাল৷নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে পুস্পকমল…

‘অজিত’ক নিদিয়ে বিজ্ঞাপন কিন্তু কিয়?

গোডী নহয়  পঞ্জাৱত ‘মান মেডিয়া’ আপ-বিজেপি একে মুদ্ৰাৰ ইপিঠি সিপিঠি ! গোডী মেডিয়াৰ দৰে মেডিয়া লাগে আপক ! চৰকাৰৰ বিৰোধিতা কৰিলেই বন্ধ কৰে বিজ্ঞাপন ! অজিত গ্ৰুপক দিয়া বিজ্ঞাপন বন্ধ কৰিলে আপে ! কেন্দ্ৰত বিজেপি আৰু নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ…

 জাতিৰ ভিত্তিত কোনো মুখ্যমন্ত্ৰী নহয় !

মুখ্যমন্ত্ৰী সকলোৰে হ’ব লাগিব !ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদক লৈ অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি আছে শীতল যুঁজ !এই যুঁজে মাজে সময়ে উগ্ৰ ৰূপ লয় আৰু হাইকামাণ্ডৰ মধ্যস্থতাত ই শাম কাটে।’জাতিৰ ভিত্তিত মুখ্যমন্ত্ৰী নহয় !মুখ্যমন্ত্ৰী জাতিৰ ভিত্তিত হ’লে মই কেতিয়াও…

কিয় ‘ভাৰত জোড়ো’ত সংগ নিদিয়ে অখিলেশ যাদৱে?

নিজৰ ৰাজ্যতে নিঃসংগ হ’ব ৰাহুল গান্ধী ! উত্তৰ প্ৰদেশত ৰাহুল গান্ধীক সংগ নিদিয়ে কোনেও ! উপস্থিত নাথাকে অখিলেশ যাদৱ !’ভাৰত জোড়ো’ যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব অহা ৩ জানুৱাৰীত৷ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যাত্ৰা বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হৈছিল আৰু লালকিল্লাত বিগত…

‘The Bikini Killer’খ্যাত চাৰ্লছ শোভৰাজৰ ক’লা অধ্যায়ৰ কিছু কাহিনী

দ্য চাৰপেন্ট-দ্য কিলাৰ, দ্য গ্ৰেট এছকেপ-The great escape, দ্য চাৰপেন্ট-The serpent, দ্য হোক- The hawk...চাৰ্লছ শোভৰাজৰ ক'লা অধ্যায়ৰ কিছু কাহিনী

‘ভাৰত জোড়ো’ত হোৱাটচএপ ত্ৰাস !

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব বিচাৰিছিল ৰাহুল গান্ধীক ৷তথাপিও ৰুদ্ধ নহ’ল…

ভেকচিন দিব কিন্তু ৰিস্ক নিজৰ !

প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পুনৰ ক’ভিড ভেকচিন বিচাৰি আৱেদন জনাইছে ৰাজ্য চৰকাৰে।মুঠ এক লাখ কভিশ্বিল্ড আৰু ৬০…