শ্ৰেণী ৰাষ্ট্ৰীয়

কংগ্ৰেছ সভাপতিসহ ৭ বিধায়ক বিজেপিলৈ

অস্তিত্বৰ সংকট আতৰা নাই কংগ্ৰেছ শিবিৰৰ পৰা ৷ এইবাৰ খোদ দলটোৰ সভাপতিসহ ৭ গৰাকী বিধায়কে যোগ দিবলৈ ওলাইছে  বিজেপি দলত ৷ এই ঘটনা মণিপুৰৰ ৷ ৰাজ্যখনত কংগ্ৰেছৰ আভ্যন্তৰীণ সংকটে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত কালি আন এক সংকটৰ সন্মুখীন হয়…

কি জঘন্য অপৰাধত গ্ৰেপ্তাৰ হ’ল শিল্পা চেট্টীৰ স্বামী ?

বলীউড। নতুন প্ৰজন্মৰ বহুতৰে বলীউডৰ বিগ স্ক্ৰীনত নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন জাগে। বহুতে বলীউডৰ যশস্বী তাৰকাসকলক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই বলীউডৰ নানৰঙী জগতখনৰ প্ৰকৃত ৰঙ কি? বলীউডৰ তাৰকা হোৱাটো কিমান সহজ অথবা কিমান টান? বলীউডৰ নামি দামী নায়ক,…

PEGASUS কেনেদৰে হৈ উঠিব পাৰে মৃত্যুৰ কাৰণ ?

আপোনাৰ ম’বাইল ফোনলৈ কোনো গুৰুত্বপূৰ্ণ বিষয় প্ৰসংগত এটা এছএমএছ বা মেইল আহিল ৷ আপুনি লিংকটো ক্লিক কৰিলে , চালে ,পাহৰিও গ’ল ৷ কিন্তু আপুনি ক’ব নোৱৰাকৈয়ে ম’বাইলটোৱেই নহয়, আপুনি নিজকে দুষ্ট হেকাৰৰ হাতত গতাই দিলে ৷ এই লিংকটোৰ দ্বাৰা পেগাছাছ…

এক লিটাৰ পেট্ৰ’লত আপুনি কিমান কৰ দিয়ে ?

পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে দেশৰ জনতাক। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ইমান তীব্ৰ গতিত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্যক কেন্দ্ৰ কৰি প্ৰতিবাদো হৈছে, কিন্তু তাৰ পিছতো চৰকাৰে হ্ৰাস কৰিব পৰা নাই মূল্য।  প্ৰশ্ন হয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ…

PEGASUS : বিগব্ৰাডাৰে চাই আছে নেকি আপোনাকো ?

জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ ” ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা নাগৰিকৰ ওপৰত…

PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?

এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ…

গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন

দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ  জামিন  আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷তাৰ পাছত তেওলোকৰ…

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা বিৰোধীক কিদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে ?

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত দলিত , মহিলা , অ’ বি চি আৰু কৃষক সমাজৰ বহুকেইজন প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷ এই লৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ – তেওৰ এই পদক্ষেপক বহুতেই ভাল পোৱা নাই ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ…

৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া

“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ – সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক’ৰোণাক লৈ সংসদত আলোচনা কৰিবলৈ সাজু ৷…