শ্ৰেণী ৰাষ্ট্ৰীয়

মোডী মন্ত্ৰীসভাৰ সমবায় মন্ত্ৰালয়ৰ ভাগ্য লিখা আছে নেকি সর্বানন্দ সোণোৱালৰ কপালত?

মোডী মন্ত্ৰীসভাৰ কোনটো দপ্তৰৰ মন্ত্ৰী হব সর্বানন্দ সোণোৱাল?কি লিখা আছে সর্বানন্দ সোণোৱালৰ কপালত৷আজি বর্ধিত মোডী মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলৰ নাম ঘোষণা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷মুখ্যমন্ত্ৰীৰ চকী হিমন্ত বিশ্ব শর্মাৰ হাতত গতাই দিয়াৰ পুৰস্কাৰ হিচাপে  এই তালিকাত সর্বানন্দ সোণোৱালৰ নাম ঘোষণা হোৱাৰো…

২৪ আকবৰ ৰোড- ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৩

অৰূপ কলিতাৰ কলমত- ভাৰতৰ নিগাজী ঠিকনা লোৱাৰ পাছৰে পৰা এটাৰ পাছত আন এটা অভাৱনীয় দুৰ্যোগৰ মুখামুখি হ’ল ছোনিয়া গান্ধী ৷ জৰুৰীকালীন সময়ত তেওলোকৰ পৰিয়াল একপ্ৰকাৰ এঘৰীয়া হৈ পৰিল ৷ সেই সময়ৰ সংগী আছিল কেৱল অমিতাভ বচ্চনৰ পৰিয়ালটো ৷ তাৰ পাছতে…

ট্ৰেজেডি কিঙৰ চিৰবিদায়…

বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ কঠিন…

মৃত্যু সন্নিকট – আদালতত আৰু কি কৈছিল ষ্টেন স্বামীয়ে ?

মানুহজনৰ নাম ষ্টেন স্বামী ৷ বয়স ৮৪ ৷ জনজাতীয় লোকৰ অধিকাৰৰ হৈ আজীৱন যুঁজ দি অহা এজন সমাজকৰ্মী ৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত নিয়াই তেওক গ্ৰেপ্তাৰ কৰে ৷ ৮৪ বছৰীয়া এই বৃদ্ধ মানুহজনৰ ওপৰত জাপি দিয়া…

মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -২

অৰূপ কলিতাৰ কলমত- ৪২ বছৰ আগৰ কথা ৷ জৰুৰীকালীন সময়ৰ পাছত ইন্দিৰা গান্ধীয়ে কেৱল ক্ষমতাই হেৰুওৱা নাছিল , নিজৰ চৰকাৰী বাংলোটোও এৰিবলগীয়া হ’ল ৷ পুৰণি বন্ধুসকলেও ইতিমধ্যে সংগ এৰিছিল ৷ নিজৰ নতুন ফাৰ্ম হাউচটো তেতিয়াও সম্পূৰ্ণ হৈ উঠা নাছিল ৷…

৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন নতুন…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে অসমৰ…