শ্ৰেণী ৰাষ্ট্ৰীয়

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ…

পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?

(১) প্ৰশ্ন-কি হ’ব গুৰুদক্ষিণা? উত্তৰ- টকিঅ’ৰ পৰা সোণৰ পদক। অষ্ট্ৰেলিয়াক পৰাভূত  কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ’ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে  ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ । ইয়াৰ লগে লগে চৰ্চিত হৈ পৰিছে…

চাপত বেইজিঙ : দক্ষিণ চীন সাগৰত ভাৰতৰ যুদ্ধজাহাজ

বিগত এবছৰ ধৰি ভাৰত – চীনৰ মাজত অব্যাহত আছে সীমাকেন্দ্ৰিক বিবাদ৷ তাৰ মাজতে এইবাৰ বেইজিঙক চাপত ৰখাৰ বাবে আন এক কৌশল হাতত লৈছে নতুন দিল্লীয়ে ৷ এই কৌশল অনুসৰি ভাৰতীয় নৌ-সেনাৰ ইষ্টাৰ্ণ ফ্লিটৰ টাস্ক ফোৰ্চক দক্ষিণ পূৱ এছিয়াৰ দক্ষিণ চীন…

টকিঅ’ অলিম্পিক : হকীত স্বৰ্ণজয়ৰ আশা নিৰ্বাপিত ভাৰতৰ

টকিঅ’ অলোম্পিকৰ পৰা আহিল এটা বেয়া খবৰ ৷ পুৰুষৰ হকীৰ ছেমিফাইনেলত পৰাজিত হ’ল ভাৰত ৷ বেলজিয়ামৰ লগত ২-৫ গ’লৰ ব্যৱধানত পৰাজিত হ’ল ভাৰত ৷ ইয়াৰ লগে লগে স্বৰ্ণজয়ৰ সম্ভাৱণা নিৰ্বাপিত হ’লেও পদকৰ আশা শেষ হৈ যোৱা নাই ৷ ব্ৰঞ্জৰ বাবে…

ভাৰতৰ হকী দলক বছৰি ২০ কৌটিকৈ টকা দিয়া মুখ্যমন্ত্ৰীগৰাকী

টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলেই ইতিহাস ৰচনা কৰিছে ৷ ৪১ বছৰৰ বিৰতিত ভাৰতৰ মহিলা হকী দলে আজি প্ৰৱেশ কৰিছে অলিম্পিকৰ ছেমি ফাইনেলত ৷ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি মহিলা হকী দলটো ছেমি ফাইনেললৈ ধাৱমান হয় ৷…

খেলা হ’ব ত্ৰিপুৰাত : অভিষেক বেনাৰ্জীৰ গাড়ীত আক্ৰমণ

এইবাৰ খেলা হ’ব ত্ৰিপুৰাত ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত তৃণমূল কংগ্ৰেছ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে ৷ বংগৰ বাহিৰতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷ প্ৰথম লক্ষ্য হিচাপে লৈছে উত্তৰ –পূৱৰ ৰাজ্য ত্ৰিপুৰাক…

অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই। কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক প্ৰতিখন ৰাজ্যত যোগান ধৰা অক্সিজেনৰ…

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ’ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে গুৰজিৎ কৌৰে ৷…

আপুনি কিয় সাংবাদিক হব নালাগে?

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়? ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা বুলি উল্লেখ কৰা হৈছে৷ইয়াৰে…

আত্মবিশ্বাসী লাভলীনা : ৰূপ নহয়, স্বৰ্ণ জয় কৰিব বিচাৰো

অলিম্পিকত পদক নিশ্চিত ৷ কিন্তু ক্ষান্ত হোৱা নাই লাভলীনা ৷ আজি কোৱাৰ্টাৰ ফাইনেলত টাইপেইৰ প্ৰতিদ্বন্দী চেন নিয়েনক ৪-১ ৰ ব্যৱধানত ধৰাশায়ী কৰাৰ পাছতে ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল অসম কন্যাৰ ৷ কিন্তু ইয়াতেই থমকি ৰ’ব বিচৰা নাই লাভলীনা ৷ ছেমিফাইনেলত স্থান…