শ্ৰেণী ৰাষ্ট্ৰীয়

পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ  ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে আৰু পৰৱৰ্তী…

পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?

পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ…

আজি পেগাছাছ কাণ্ডৰ শুনানি : কি হ’ব উচ্চতম ন্যায়ালয়ত ?

আজি উচ্চতম ন্যায়ালয়ে গ্ৰহন কৰিব পেগাছাছ চোৰাংছোৱা কাণ্ডৰ শুনানি ৷ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব ৷ ইজৰাইলী চোৰাংছোৱা ছফটৱেৰ পেগাছাছৰ জড়িয়তে ভাৰতৰ তিনি শতাধিক সাংবাদিক , বিৰোধী নেতা ,…

টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?

ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ’ অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ…

টকিঅ’ অলিম্পিক : মহিলা হকীৰ ছেমিফাইনেলত পৰাস্ত ভাৰত

ইতিহাস সৃষ্টি কৰিও ছেমিফাইনেলত থমকি ৰ’বলগীয়া হ’ল ভাৰতৰ মহিলা হকী দল ৷ টকিঅ’ অলোম্পিকৰ ছেমি ফাইনেলত আৰ্জেন্টিনাৰ বিৰুদ্ধে ভাৰতৰ পৰাজয় ৷ প্ৰথমাৰ্ধত গুৰজিৎ সিঙৰ গ’লৰ সহায়ত ভাৰতে অগ্ৰগতি লাভ কৰিলেও শেষত ২-১ ৰ ব্যৱধানত বিজয়ী হয় আৰ্জেন্টিনা ৷ ব্ৰঞ্জৰ পদকৰ…

সীমা সংঘাত : বৃহস্পতিবাৰে অসম -মিজোৰামৰ মন্ত্ৰীৰ বৈঠক

সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম – মিজোৰামৰ চৰকাৰ ৷ বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷ বৈঠকৰ জড়িয়তে সীমা সমস্যাৰ সমাধানৰ পথ ওলাব…

লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?

অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয়…

অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?

অলিম্পিকত আৰু এটা পদক নিশ্চিত হ’ল ভাৰতৰ ৷ ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷ ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ দীপক…

ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷  

ৰাহুলৰ ব্ৰেকফাষ্টৰ পৰাই সূচনা হ’ব নেকি মোদী হাটাও অভিযান?

ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷ কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব ওলাইছো,যি ব্ৰেকফাষ্টত শাসনৰ…