Category দেশ

পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন

হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০…

মুখ্য সচিবক মাৰপিটৰ গোচৰত মুখ্যমন্ত্ৰীক দোষমুক্ত ঘোষণা

মুখ্য সচিবক মাৰপিটৰ গোচৰত আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ,উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া আৰু অন্য ন জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে ৷অৱশ্যে  আদালতে বিধায়ক আমানুতুল্লা খান আৰু প্ৰকাশ জাৰৱালৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে ৷ উল্লেখ্য যে ২০১৮ চনৰ ১৯…

সংসদত কোনে বেছি হাল্লা কৰে ? বিজেপিয়ে নে কংগ্ৰেছে ?

বিগত ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধীৰ প্ৰতিবাদৰ বাবে স্থবিৰ হৈ পৰিছে ৷ পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি আৰু কৃষক আন্দোলনক কেন্দ্ৰ কৰি প্ৰতিদিনেই প্ৰতিবাদমুখৰ হৈছে কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহ ৷ এনে পৰিস্থিতিত বিজেপি চৰকাৰে দোষাৰোপ…

ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?

ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ প্ৰশিক্ষক…

পথৰ ওপৰত ক’ত খহি পৰিল পাহাৰ ?

হিমাচল প্ৰদেশৰ কিন্নৰ জিলাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ এটা বৃহৎ চূড়া পথৰ ওপৰত খহি পৰাৰ পৰিণতিত আৱদ্ধ হৈ পৰে ৪০ জনৰো অধিক লোক ৷গুৰুতৰভাৱে আহত হৈছে এখন বাছৰ চালক আৰু হেণ্ডিমেন ৷বুধবাৰে দুপৰীয়া ১২.৪৫ বজাত…

গোপন দাতাৰ পৰা কিমান টকাৰ চান্দা সংগ্ৰহ কৰিলে বিজেপিয়ে?

ৰাজনৈতিক দলবোৰে দল চলাবলৈ চান্দা সংগ্ৰহ কৰে৷সংগ্ৰহ কৰা চান্দাৰ সৱিশেষ দলসমূহে নির্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে৷নির্বাচন আয়োগেও সেই তথ্য জনসাধাৰণৰ জ্ঞাতার্থে ৰাজহুৱা কৰে৷কিন্তু ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা চান্দাৰ দাতাৰ তথ্য গোপন হৈ ৰয়৷অর্থাৎ ইলেক্টৰেল বণ্ডৰ জৰিয়তে…

আফগানিস্তানত তালিবানৰ চহৰ দখলৰ চেষ্টা , ভাৰতীয়সকলক ওভতাই আনিবলৈ কি ব্যৱস্থা ?

তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা  গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু তালিবানৰ মাজত তুমুল যুদ্ধ অব্যাহত আছে…

সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে…

অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?

কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱা হোৰ্ডিঙত নাছিল লাভলীনাৰ ফটো…

পেৰিছ অলিম্পিকত ভাগ ল’ব নোৱাৰিব নেকি ভাৰোত্তোলক মীৰাবাঈ চানুৱে?

দেওবাৰে  আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ই অলিম্পিক ক্ৰীড়াৰ পৰা কেতবোৰ নিৰ্দিষ্ট খেল বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জি নিউজত প্ৰকাশ হোৱা খবৰ অনুসৰি,  IOCৰ সদস্যই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰোত্তোলন বিভাগত দেখা দিয়া ড’পিঙৰ সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা…