শ্ৰেণী ৰাষ্ট্ৰীয়

আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰিলে লাভ নকৰে ভাল ফলাফল : ভাৰতক উদ্দেশ্যি সকীয়ণি দুৰ্ধৰ্ষ তালিবানৰ

দিন বাগৰাৰ লগে লগে আফগানিস্তানত তালিবানে দখল কৰিছে ইটোৰ পিছত সিটো অঞ্চল। আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ সকলো বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানে ভাৰতক পাকে-প্ৰকাৰে আফগানিস্তানলৈ সেনা বাহিনী সহায় কৰিবলৈ সৈন্য প্ৰেৰণ নকৰিবলৈ দাবী…

অসমৰ কৃষকৰ পৰা কোনে লুটি নিলে ৮৫ কোটি টকা?

অসমৰ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় নকৰে৷পৰিনতিত অসমৰ কৃষকে ধানৰ উচিত মূল্য লাভ নকৰে৷সেইবাবেই অসমৰ কৃষক দেশৰ অন্য ৰাজ্যৰ কৃষকে লাভ কৰা সুবিধা তথা উচিত মূল্যৰ পৰা বঞ্চিত৷কিন্তু ইমানখিনিৰ পিছতো,নৰেন্দ্ৰ মোদীৰ সহায়ত আম্বানি-আদানীৰ দৰে পুঁজিপতিয়ে অসমৰ খেতিয়কৰ পৰা ৪ বছৰত…

কোভিড ভেকছিনৰ মিশ্ৰিত ড’জ : কি ক’লে ভেকছিন কোম্পেনীৰ মালিকে ?

ক’ৰোণা প্ৰতিৰোধৰ বাবে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ মিশ্ৰিত ড’জ অধিক উপকাৰী বুলি প্ৰকাশ কৰিছিল আই চি এম আৰে ৷ তাক লৈ পৰীক্ষা – নীৰিক্ষা আৰম্ভ কৰাৰো যো-জা চলিছে ৷ দুয়োটা ভেকছিনৰ মিশ্ৰিত ট্ৰায়েলত সেউজ সংকেত দিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই…

ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?

লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও…

কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷…

স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে প্ৰতিবাদী কাৰ্যসূচী…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ…

পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত  ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক পদ্ধতিৰে আঁতৰোৱাৰ ক্ষেত্ৰত এই নীতিয়ে যথেষ্ট গুৰুত্বপূৰণ ভূমিকা গ্ৰহণ…

কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী আয়ুক্ত গৰাকীক যোগাযোগ কৰিব…

দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লল্লুয়ে…