শ্ৰেণী ৰাষ্ট্ৰীয়

ৰাহুল গান্ধী – অভিষেক বেনাৰ্জী সন্দৰ্ভত কি ক’লে সুস্মিতা দেৱে ?

কংগ্ৰেছ দলৰ সৈতে তিনি দশকৰ সম্পৰ্ক এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে  সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তাৰ পাছত মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি তেও কয় ,” অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধী ভৱিষ্যতে ওচৰ চাপি আহিলে মেজিক…

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে আগবঢ়োৱা যায় , সেয়া চিন্তা কৰাৰ প্ৰয়োজন আছে…

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷ মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ…

কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব আফগানী শৰনাৰ্থী?

তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল কৰাৰ পিছতে হুৱাদুৱা লাগিছে আফগান জনসাধাৰণৰ মাজত। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে আফগানিস্তানত অসুৰক্ষিত অনুভৱ কৰা লোক সকলৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনিছে এক সুখবৰ। ভাৰতত প্ৰৱেশৰ বাবে আবেদন জনোৱা আফগানী নাগৰিক সকলৰ বাবে দেশৰ…

তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে  কেনেকৈ দেশলৈ  উভতিল ১৩০ ভাৰতীয় ?

কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত  উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে আফগানিস্তানৰ…

 আফগানিস্তানত এয়া কি হৈছে? কিয় মচি পেলোৱা হৈছে দেৱালত থকা নাৰীৰ প্ৰতিচ্ছবি?

আফগানিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম Tolo Newsৰ মুৰব্বী লোটফুল্লাহ নাজাফিজাদাই টুইটযোগে মুকলি কৰিছে এখন ফটো। ফটোখনত তালিবান কাবুলত প্ৰৱেশ কৰাৰ কেইঘণ্টামান পিছৰ দৃশ্য দেখা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ফটোখনত এজন লোকে আফগানিস্তানৰ দেৱালত থকা নাৰীৰ প্ৰতিচ্ছবি মচি আছে বুলি জানিব পৰা…

 আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান চৰকাৰ কাৰো পক্ষেই মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে…

আফগানিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিত কি লিখিলে মালালাই ?

আফগানিস্তানৰ মহিলা আৰু শিশুসকলক লৈ উদ্বিগ্ন হৈ পৰিছে ন’বেল শান্তি পুৰষ্কাৰ বিজয়ী মালালা ইউছফজাই ৷ বিশ্ব সম্প্ৰদায়ৰ নেতাসকলক তেও আফগানিস্তানৰ ওচৰত থিয় হোৱাৰ আহ্বান জনাইছে ৷ চিঠি লিখিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈও ৷ চিঠিত তেও আফগান শৰণাৰ্থীসকলক পাকিস্তানত আশ্ৰয় দিয়াৰ…

টি ২০ বিশ্বকাপ : ২৪ অক্টোবৰত ভাৰত- পাকিস্তানৰ মুখামুখি ৰণ

টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই সূচী অনুসৰি ২৪ অক্টোবৰত ডুবাইৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি ৰণত নামিব ভাৰত ৷ মঙলবাৰে প্ৰকাশ কৰা সূচী অনুযায়ী ফাইনেল অনুষ্ঠিত হ’ব ১৪ নৱেম্বৰত ৷ বিৰাট কোহলী বাহিনী প্ৰথম মেচতেই পাকিস্তানৰ…

উত্তপ্ত মেঘালয় : মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে মেঘালয়। কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহ । সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই ৰক্ষা পৰে তেঁওৰ…