শ্ৰেণী ৰাষ্ট্ৰীয়

আফগান সংকট : প্ৰধানমন্ত্ৰীয়ে কি দায়িত্ব দিলে বিদেশ মন্ত্ৰীক ?

আফগানিস্তানৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰাব কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰালয়ক এই দায়িত্ব অৰ্পন কৰিছে ৷ সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছে ৷ তাত…

দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?

দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব পাৰে টয় ট্রেইন, মেট্রো…

ইনফ’চিচৰ চি ই অ’ক কিয় তলব বিত্ত মন্ত্ৰালয়ৰ ?

টেকন’লজী কোম্পেনী ইনফ’চিচৰ চি ই অ’ তথা মেনেজিঙ ডিৰেক্টৰ চলিল পাৰেখক চমন জাৰি কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷ দীৰ্ঘদিন ধৰি আয়কৰৰ ই- ফাইলিঙ কিয় উপলব্ধ হোৱা নাই , সেই সন্দৰ্ভত পাৰিখে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সন্মুখত কৈফিয়ৎ দাঙি ধৰিব লাগিব…

মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান?

আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন কিংছ কলেজৰ প্ৰাক্তন ছাত্ৰ…

কাবুল বিমানবন্দৰত কেনেকৈ মৃত্যু হ’ল ৭ গৰাকীকৈ আফগান নাগৰিকৰ?

তালিবানে ক্ষমতা দখল কৰাৰ সাতটাতকৈও অধিক দিন পাৰ হৈ যোৱাৰ পিছতো আফগানিস্তানত শাম কটা নাই উত্তেজনা। আজিৰ পৰা এসপ্তাহ পূৰ্বে তালিবান সশস্ত্ৰ বাহিনীয়ে ৰাজধানী কাবুলত প্ৰৱেশ কৰাৰ পিছতে তালিবানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ দেশ এৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ আফগানী জনতাই…

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷ ঢাকা মেট্ৰ’পলিটান পুলিচৰ কমিছনাৰ মহম্মদ…

প্ৰশিক্ষণৰ সময়তে ১ জন জোৱানৰ মৃত্যু , ৩০ চিকিৎসাধীন

প্ৰশিক্ষণৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় সেনা জোৱানে ৷ এই ঘটনা সংঘটিত হৈছে পাঠানকোটৰ সমীপৰ ভাৰতীয় সেনাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি পাঠানকোটৰ সমীপৰ মামুন সেনা শিবিৰত হিট ষ্ট্ৰ’কৰ ফলত এজন সেনা জোৱানৰ মৃত্যু…

সুখবৰ! ১২ বছৰৰ উৰ্ধৰ শিশুয়ে লাভ কৰিব ক’ভিড ভেকচিন

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে ১২ বছৰৰ উৰ্ধৰ শিশু সকলৰ বাবে আহিছে এটা সুখবৰ। গুজৰাটস্থিত জাইডাছ কেডিলাৰ ZyCoV-D নামৰ ভেকচিনটোয়ে শুক্ৰবাৰে ১২ বছৰৰ উৰ্ধৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে জৰুৰীকালীন অনুমোদন লাভ কৰিছে। অৰ্থাৎ ভাৰতত ১২ৰ পৰা ১৮…

বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?

কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত…

নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ মাজৰ এজন…