শ্ৰেণী ৰাষ্ট্ৰীয়

৪০ লাখ টকা , প্ৰেমিকাসহ পলায়ন কৰা  কোন এইজন দুৰ্ধৰ্ষ মাওবাদী ?

মাওবাদী ৷ বহু চৰ্চিত , বহু বিতৰ্কিত এটি শব্দ ৷ চৰকাৰৰ সজোৰ বিৰোধিতা কৰাসকলক মাওবাদী সজোৱাৰ অভিযোগো দীৰ্ঘদিন ধৰি উত্থাপণ হৈ আহিছে ৷ মাওবাদী মানেই যেন দুৰ্ধৰ্ষ গেৰিলা , দেশৰ প্ৰতি ভাবুকি ৷ কিন্তু এজন মাওবাদী নেতাৰ কাহিনীয়ে এতিয়া সংবাদমাধ্যমৰ…

কংগ্ৰেছত কন্দল : চট্টিছগড়ৰ পাছত পঞ্জাৱতো বিদ্ৰোহ

বঙহৰ যুঁজত নামিছে সমগ্ৰ কংগ্ৰেছ দল ৷চট্টিছগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু টি এছ সিঙ দেউৰ মাজত মুখ্যমন্ত্ৰিত্বক লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ৷ মঙলবাৰে ৰাহুল গান্ধীয়ে এই বিবাদ নিষ্পত্তিৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হ’ল ৷ তাৰ মাজত আকৌ উক দিছে পঞ্জাৱৰ…

২০ বছৰত প্ৰথম : গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী  

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে ৷ মোদী মন্ত্ৰীসভাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীক মঙলবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিগত ২০ বছৰত কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰ হোৱা এয়াই প্ৰথমটো ঘটনা ৷ গ্ৰেপ্তাৰৰ পৰা…

১০০ কৌটিৰ ভূ- সম্পত্তি ক্ৰয় কৰি গ্ৰেপ্তাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ স্বামী

সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎসবিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এচিএছ বিষয়াগৰাকী হৈছে ছইবৰ ৰহমান ৷ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত বিষয়াগৰাকীয়ে নামে বেনামে সীমাহীন সম্পত্তি গঢ়ি তুলিছিল ৷…

মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ কোন কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰৰ পথত ?

মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ বিপদত পৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী নাৰায়ণ ৰানেক মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে ৷ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷নাৰায়ণ ৰানেৰ বিৰুদ্ধে মুঠ চাৰিখন এজাহাৰ ৰুজু কৰা…

লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?

ক’ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে এতিয়াৰে পৰা চৰকাৰে চৰকাৰী মালিকীস্বত্ব হস্তান্তৰ…

লীজত দিব ৰাজহুৱা খণ্ডৰ সম্পত্তি : ক’ৰ পৰা কিমান ধন সংগ্ৰহৰ লক্ষ্য ?

সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে চাৰি বছৰীয়া নেচনেল মনিটাইজেশ্বন প্লেন ৷ এই পৰিকল্পনা অনুসৰি ৰাজহুৱা খণ্ডত থকা সম্পত্তি লীজত দি ভাৰত চৰকাৰে চাৰি বছৰত ৬ লাখ কৌটি ধন ঘটাৰ লক্ষ্য লৈছে ৷ লীজত দিবলগীয়া সম্পত্তি সমূহৰ ভিতৰত আছে পথ…

কংগ্ৰেছত নতুন বিবাদ : মুখ্যমন্ত্ৰীত্বক লৈ কাৰ সংঘাত তুংগত উঠিছে ?

অন্তৰ্কন্দলে খুলি খুলি খাইছে কংগ্ৰেছ দলক ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হাইকামাণ্ডে অশেষ কষ্ট কৰিবলগীয়া হ’ল ৷ সাময়িকভাৱে এই বিবাদ শাম কাটিছে যদিও এইবাৰ চট্টিছগড়ত নতুন বিবাদৰ উকমুকনি দেখা গৈছে ৷ চট্টিছগড়ৰ…

ধৰ্ম ঘৰত ৰখাই ভালঃ কিয় ক’লে প্ৰাক্তন ন্যায়াধীশে?

২১ আগষ্টত অৱসৰ গ্ৰহণ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ নকভিয়ে। কিন্তু বিদায় ভাষণত বহু কথাই কৈ বহু কথাই কৈ গ’ল প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে। নকভিয়ে জনসাধাৰণক সাংবিধানিক মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু দৃঢ় ভাৱে ধৰ্মনিৰপেক্ষ হ’বলৈ পৰামৰ্শ প্ৰদান কৰে। একে সময়তে…

আসন্ন ক’ভিডৰ তৃতীয় ঢৌ :  সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?

দেশত ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে  শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…