Investigative reporting with dedication.
অনুপ্ৰৱেশকাৰী বাংলাদেশী মহিলাৰ লগত কি কৰিলে বিএছএফে ?

সাধাৰণতে অবৈধভাৱে যদি কোনো লোকে আন দেশৰ সীমা পাৰ কৰিব খোজে তেন্তে অনুপ্ৰৱেশকাৰী লোকজনৰ ওপৰত দেশখনে গোচৰ ৰুজু কৰিব পাৰে। জেইল হোৱাৰো সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত সৌভাগ্যশালী আছিল বাংলাদেশৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম পলিয়াৰা বেগম। ভিছা লাভ কৰিবলৈ সক্ষম…










