শ্ৰেণী ৰাষ্ট্ৰীয়

কৃষ্ণ জন্মাষ্টমীৰ দিনটোত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে জিলিকি উঠিল অগ্নিগৰ্ভা কাশ্মীৰ

সোমবাৰে সমগ্ৰ দেশতে ধুমধামেৰে উদযাপন কৰা হ’ল শ্ৰী কৃষ্ণৰ জন্মোৎসৱ। জম্মু আৰু কাশ্মীৰৰ জনতাইয়ো উলহ মালহেৰে পালন কৰিলে জন্মাষ্টমী। কিন্তু আকৰ্ষণীয় কথাটো হ’ল যে ৩২ বছৰৰ পিছত আজি এসময়ত সন্ত্ৰাসবাদৰ দুৰ্গ হিচাপে গণ্য কৰা উত্তৰ কাশ্মীৰৰ হান্দৱাৰাত উদযাপন কৰা হয়…

১৩০ কোটি জনসংখ্যাৰ দেশত প্ৰতিভাৰ অভাৱ হৈছে নেকি ?

১৩০ কোটি জনসংখ্যাৰে বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতত প্ৰতিভাৰ অভাৱ হৈছে নেকি? দেশৰ খালী হৈ থকা উচ্চ স্তৰীয় পদবী সমূহৰ তালিকা ৰাজহুৱা হোৱাৰ পিছতে সচেতন মহলৰ মাজত উদয় হৈছে এই প্ৰশ্নৰ। প্ৰাপ্ত তথ্য অনুযায়ী বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ…

ভাৰতত ৰামৰ নামেৰে ৩৬২৬ খন,সীতাৰ নামেৰে ৭৫ খন  , ৰাৱনৰ নামেৰে ৬ খন গাও আছে ৷ আৰু কাৰ নামত কিমান গাও ?

ভাৰতৰ গ্ৰামীন অঞ্চলসমূহত গাঁৱৰ নামাকৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাধান্য দিয়া হয় দেৱ – দেৱীৰ নামক ৷ ভগৱানৰ পাছতে গাঁৱৰ নামৰ ক্ষেত্ৰত পৌৰাণিক লোককথাৰ নায়কসকলৰ নামেৰে গাঁৱৰ নামাকৰণ কৰা হয় ৷কেৱল সেয়াই নহয় , ভাৰতৰ বহু গাঁৱৰ নাম চিনেমাৰ নামেৰেও ৰখা…

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ…

মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি কোনে উত্থাপণ কৰিলে এন ডি এৰ সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী ?

এন ডি এত সকলো সুকলমে চলি থকা নাই ৷ নৰেন্দ্ৰ মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি এন ডি এত সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী উত্থাপণ হৈছে ৷ এই দাবী জনাইছে বিহাৰত বিজেপিৰ অন্যতম সহযোগী দল জেডি(ইউ)য়ে  ৷ ইয়াৰ পূৰ্বে জে ডি(ইউ)য়ে পেগাছাছ ছফটৱেৰ…

পেৰা অলিম্পিকত প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে স্বৰ্ণ পদক জয় কৰিলে অৱনী লেখাৰাই

সাঁতোৰবিদ মুৰুলিকান্ত পেটকাৰ(১৯৭২), জেভলিন থ্ৰোৱাৰ দেবেন্দ্ৰ জাজাৰিয়া(২০১৪/১৬) আৰু হাই জাম্পাৰ থাংগাভেলু মাৰিয়াপ্পান(২০১৬)ৰ পিছতে দেশৰ প্ৰথমগৰাকী মহিলা তথা চতুৰ্থ গৰাকী এথলীট হিচাপে পেৰা অলিম্পিক ২০২০ত আজি স্বৰ্ণ জয় কৰিলে শ্বুটাৰ অৱনী লেখাৰাই। ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় কৰা অৱনীক প্ৰশংসাৰে…

বিজেপিৰ হৈ ওকালতি কৰা কোন আইনজীৱী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ল ?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল আইনজীৱী পি এছ নৰসিংহ ৷ কলকাতা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা পাব্লিক একাউন্টছ কমিটীৰ গোচৰত তেও বিজেপিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ৷মুকুল ৰায়ক বিধানসভাৰ পাব্লিক একাউন্টছ কমিটীৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে বিজেপিয়ে…

পুনৰ এবাৰ ভুৱা প্ৰচাৰৰ বাবে সাজু হৈছে নেকি বিজেপি?

অভূতপূৰ্ব প্ৰচাৰ শৈলী আৰু অবাস্তৱ কথাৰ বাবে সদায়েই চৰ্চাত থাকে শাসকীয় দল বিজেপি। এইবাৰ আন এক প্ৰচাৰৰ চমক দিবলৈ সাজু হৈছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে। পৰিসংখ্যাই অন্য তথ্য দিলেও এতিয়া…

সমুখ সমৰত হিমন্ত আৰু মমতাৰ তৃণমূল কংগ্ৰেছ! সলনি হ’ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত?

পশ্চিম বংগত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পিছত এইবাৰ ত্ৰিপুৰা কিম্বা অসমত ৰাজনৈতিক জাল পেলাবলৈ সাজু হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। চৰ্চা চলিছে যে দুই-এদিনৰ ভিতৰতে অসম ভ্ৰমণ কৰিব পাৰে মমতা বেনাৰ্জীয়ে। তাকে লৈ এতিয়া সমুখসমৰত নামি পৰিছে অসমৰ…

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতেই বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি অসম ?

অসমৰ বিকাশৰ স্বৰুপ আকৌ উদঙালে নীতি আয়োগৰ প্ৰতিবেদনে৷জিলাভিত্তিক উন্নয়নত অসমক পিছ পেলালে ত্ৰিপুৰা আৰু চিকিমে৷ বিগত বুধবাৰে নীতি আয়োগে মুকলি কৰে Sustainable Development Goals in the NorthEastern Region ৰ প্ৰতিবেদন৷নীতি আয়োগৰ সমীক্ষাই সামৰি লৈছিল উত্তৰ-পূর্বৰ ১০৩ খন জিলা৷উত্তৰ পূর্বৰ এই…