শ্ৰেণী ৰাষ্ট্ৰীয়

বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে…

মাওবাদীৰ আক্ৰমণত ক’ত নিহত হ’ল ২ জোৱান ?

ছট্টিছগড়ত পুণৰ মাওবাদীৰ ভয়াবহ আক্ৰমণত নিহত হ’ল আই টি বি পিৰ দুজন জোৱান ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছট্টিছগড়ৰ নাৰায়নপুৰ জিলাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ মাওবাদীৰ আক্ৰমণত নিহত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাকী হ’ল সহকাৰী কামাণ্ডেন্ট সুধাকৰ সিন্ধে…

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা হ’ল ?

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…

আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি আলমাৰি আৰু বাকচবোৰো লণ্ডভণ্ড কৰিছিল তালিবানে। দুয়োটা দূতাবাসত…

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি কিমান সংখ্যক জন্মদিন ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৭ সংখ্যক জন্ম জয়ন্তী ৷ পুৱাই বীৰ ভূমিলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওৰ লগত লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিৰোধী নেতা উপস্থিত আছিল ৷ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীলৈ…

কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই ইছ্যুক লৈ…

‘লাভ জিহাদ’ : গুজৰাট উচ্চ ন্যায়ালয়ে কি ক’লে ?

বিবাহ আৰু ধৰ্মান্তকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাটৰ ধাৰ্মিক স্বতন্ত্ৰতা(সংশোধনী) আইন ,২০০১ক  প্ৰত্যা্হ্বান জনাই দাখিল কৰা দুখন আবেদন সন্দৰ্ভত ৰায়দান কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে কয় যে দুটা পৃথক ধৰ্মৰ ব্যক্তিৰ উভয়ৰ সন্মতিত হোৱা বিবাহক বলপূৰ্বক ধৰ্মান্তকৰণৰ ৰূপ…

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷…

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ কি ডাঙৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ?

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনক লৈ আৰম্ভ হৈছিল ৰাজনৈতিক যুদ্ধ ৷ তৃণমূলে উত্থাপণ কৰিছিল পক্ষপাতিত্বৰ অভিযোগ ৷ কিন্তু বুধবাৰে আয়োগৰ প্ৰতিবেদন মানিয়েই হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিলে কলকাতা উচ্চতম ন্যায়ালয়ে ৷ আদালতৰ পৰ্যবেক্ষণ – আয়োগৰ প্ৰতিবেদনত…

জম্মু-কাশ্মীৰত কেনেকৈ নিহত হল ভাৰতীয় সেনা-জোৱান?

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ…