ইনফ’চিচৰ চি ই অ’ক কিয় তলব বিত্ত মন্ত্ৰালয়ৰ ?

Share This Article

টেকন’লজী কোম্পেনী ইনফ’চিচৰ চি ই অ’ তথা মেনেজিঙ ডিৰেক্টৰ চলিল পাৰেখক চমন জাৰি কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷ দীৰ্ঘদিন ধৰি আয়কৰৰ ই- ফাইলিঙ কিয় উপলব্ধ হোৱা নাই , সেই সন্দৰ্ভত পাৰিখে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সন্মুখত কৈফিয়ৎ দাঙি ধৰিব লাগিব ৷

আয়কৰ বিভাগে টুইটযোগে সদৰী কৰা অনুসৰি ইনফ’চিচৰ চি ই অ’ তথা মেনেজিঙ ডিৰেক্টৰ চলিল পাৰেখক ২৩ আগষ্টত তলব কৰা হৈছে ৷তেও বিত্তমন্ত্ৰীজ জনাব লাগিব যে কিয় আয়কৰৰ ই- ফাইলিঙ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আঢ়ৈ মাহৰ মাহৰ পাছতো প’ৰ্টেলৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰিব পৰা নাই ৷

২১ আগষ্টৰ পৰা ই – ফাইলিঙৰ পোৰ্টেল উপলব্ধ হোৱা নাই ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.